সাৱধান: পিক পেলোৱা মানুহক দুই বেত মান লগাব পাৰে আৰক্ষীয়ে

য'তে ত'তে পিক পেলোৱা লোকক দুই বেত মান লগাব লাগে। এই মন্তব্য ৰাজ্যৰ আৰক্ষী সঞ্চালক প্ৰধান ভাস্কৰজ্যোতি মহন্তৰ।মৈত্ৰী আচনিৰ অধীনত চাৰিখনকৈ আৰক্ষী থানা উদ্বোধন কৰি ২৭ জানুৱাৰীত এই মন্তব্য কৰে মহন্তই।সমাজৰ অশুভ শক্তিৰ বিৰুদ্ধে সকলোৱে যুজিব

গণতন্ত্ৰ দিৱস আৰু সৰস্বতী পূজাৰ আনন্দৰ মাজতেই ধুবুৰীত দুগৰাকীকৈ ছাত্ৰীৰ মৃত্যু

ধুবুৰীৰ জি টি বি পথত সংঘটিত হোৱা পথ দুৰ্ঘটনাৰ ফলত দুগৰাকী কিশোৰী নিহত হোৱাৰ লগতে আন ৫ জনকৈ লোক আহত হয়। সৰস্বতী পূজা আৰু গণতন্ত্ৰ দিৱসৰ দিনটোতে সংঘটিত হয় এই ঘটনা। জানিব পৰামতে, ২৬ জানুৱাৰীত ধুবুৰীৰ পৰা গৌৰীপুৰ অভিমুখী এখন বাহনে

যোৰহাটৰ মৰিয়নীত ৰে’লৰ খুন্দাত হাতী পোৱালিৰ মৃত্যু

নামনিমুৱা কামৰূপ এক্সপ্ৰেছৰ খুন্দাত এটা হাতীৰ পোৱালিৰ মৃত্যু হয় ৷ যোৰহাট জিলাৰ মৰিয়নীত সংঘটিত হয় এই শোকাৱহ দূৰ্ঘটনাটো ৰে'ল গাড়ীখনে প্ৰায় ৫০ মিটাৰ অধিক পথ চোচৰাই লৈ যায় হাতী পোৱালিটোক ৷ উক্ত দুৰ্ঘটনাত আৰু হাতী ৰেলৰ খুন্দাত আঘাতপ্ৰাপ্ত হোৱাৰ

পুতলা পিষ্টলৰে তাণ্ডৱ চলাই বঙাইগাঁৱত এজন গ্ৰেপ্তাৰ

বঙাইগাঁও জিলাৰ যোগীঘোপাত পিষ্টলধাৰী যুৱকৰ তাণ্ডৱ । বুধবাৰে পুৱতি নিশা এঘৰত আক্ৰমণ কৰে এজন যুৱকে। যোগীঘোপাৰ কাবাইটাৰী চতুৰ্থ খণ্ড গাঁৱত সংঘটিত হয় এই ঘটনা। ঘটনাৰ পিচত পিষ্টলসহ যুৱকক আটক কৰে আৰক্ষীয়ে । পিষ্টলধাৰী যুৱকজন চামচুল হক।. নুহিদ আলীৰ

গুৱাহাটীত জি এছ এৰ আন্তঃক্লাব বেডমিণ্টনৰ পুৰুষ- মহিলাৰ বেডমিন্টন প্ৰতিযোগিতা

গুৱাহাটী, ২৫ জানুৱাৰী : গুৱাহাটী ক্ৰীড়া সন্থা চমুকৈ জি এছ এৰ দ্বাৰা ২২ আয়োজন কৰা আন্তঃক্লাব দলীয় বেডমিণ্টন প্ৰতিযোগিতাৰ সোমবাৰে সন্ধিয়া সফল সামৰণি পৰে । মুঠ ১৬ টা ক্লাবে অংশগ্ৰহণ কৰা প্ৰতিযোগিতাত পুৰুষৰ ১৬ টা আৰু মহিলাৰ ৬ টা দলৰ মাজত

শ্বাহৰুখ খান, দিপিকা পাডুকনৰ বিৰুদ্ধে গুৱাহাটীৰ গীতানগৰ থানাত এজাহাৰ

পাঠান বোলছবিখনৰ বিতৰ্ক চলি থকা সময়তে ছবিখনৰ প্ৰযোজক, পৰিচালকৰ বিৰুদ্ধে গুৱাহাটীৰ গীতানগৰ থানাত এজাহাৰ দাখিল কৰা হৈছে। লগতে অভিনেতা শ্বাহৰুখ খান, দিপিকা পাডুকনৰ বিৰুদ্ধেও গুৱাহাটীৰ গীতানগৰ আৰক্ষী থানাত গোচৰ ৰুজু কৰিছে কুটুম্ব সুৰক্ষা

পাঠানৰ ১৯২ টিকট ক্ৰয় ৰঙিয়াৰ যুৱকৰ

শ্বাহৰুক খান অভিনীত পাঠান বোলছবি পাঠানৰ বিষয়ে চৌদিশে বিতৰ্ক হৈ থকাৰ মাজতে ৰঙিয়াৰ কেন্দুকোনাৰ নিবাসী ফাৰুক খানে ৰঙিয়াৰ ডিলাইট গোল্ড চিনেমা হলৰ ১৯২ টা টিকট ক্ৰয় কৰিছে । অনুৰাগী গৰাকী হৈছে ৰঙিয়াৰ কেন্দুকোনা নিবাসী ফাৰুক খান । টিকট সমুহ ক্ৰয়

ভাৰত সংস্কৃতি উৎসৱত গুৱাহাটীৰ ছাত্ৰী জিনি কাশ্যপৰ উৎকৃষ্ট প্ৰদৰ্শন

গুৱাহাটী , ২৩ জানুৱাৰী : গুৱাহাটীৰ মালিগাঁওস্থিত চেণ্ট মেৰিজ চিনিয়ৰ চেকেণ্ডাৰী স্কুলৰ অষ্টম শ্ৰেণীত অধ্যয়নৰত ছাত্ৰী, পশ্চিম গুৱাহাটীৰ ধাৰাপুৰ গাঁও পঞ্চায়ত এলেকাৰ খানামুখ কেহেৰুবাৰীৰ বাসিন্দা জিনি কাশ্যপে কলকাতাৰ আই.চি.চি আঁৰৰ সত্যজিৎ ৰয়

সোণাপুৰত ডিমৰীয়া আছুৰ প্ৰতিবাদ

অবৈধ পাহাৰ খননৰ বিৰুদ্ধে এই প্ৰতিবাদ। সোনাপুৰ: ডিমৰীয়াৰ বিভিন্ন অঞ্চলত চলি থকা অবৈধ পাহাৰ খননকলৈ এইবাৰ সৰৱ হৈ উঠিছে ডিমৰীয়া আঞ্চলিক ছাত্ৰ সন্থা। ২৩ জানিৱাৰী সোমবাৰে ছাত্ৰ সংগঠনটোৰ সদস্য সকলে সোণাপুৰ বনাঞ্চলিক বিষয়াৰ কাৰ্য্যালয়ৰ