গুৱাহাটীত ছিনিয়ৰ ৰাষ্ট্ৰীয় ভলীবল আৰম্ভ

গুৱাহাটী, ২ ফেব্ৰুৱাৰী : ভাৰতীয় ভলীবল ফেডাৰেছনৰ তত্ত্বাৱধানত তথা অসম চৰকাৰৰ সহযোগত অসম ভলীবল সন্থাই আয়োজন কৰা ৭১ সংখ্যক ছিনিয়ৰ ৰাষ্ট্ৰীয় ভলীবল প্ৰতিযোগিতাখন আজিৰে পৰা গুৱাহাটীত আৰম্ভ হৈছে। উল্লেখ্য যে গুৱাহাটীৰ সৰুসজাই ক্রীড়া প্ৰকল্পৰ

বর্ষাৰণ্য গৱেষণা প্ৰতিষ্ঠানত সাঁচিগছৰ ৰাষ্ট্ৰীয় পৰ্যায়ৰ প্ৰশিক্ষণৰ সফল সমাপন

যোৰহাট: যোৰহাটৰ বৰ্ষাৰণ্য গৱেষণা প্ৰতিষ্ঠানত যোৱা 30 জানুৱাৰীৰ পৰা 1 ফেব্ৰুৱাৰী, 2023 লৈ অনুষ্ঠিত হোৱা সাঁচিগছৰ খেতি আৰু কৃত্ৰিম ভেঁকুৰ সংস্থাপনৰ কৌশলৰ ওপৰত এখন ৰাষ্ট্ৰীয় পৰ্যায়ৰ প্ৰশিক্ষণ কৰ্মশালাৰ সফল সমাপন হয়। ভাৰতৰ মুঠতে ছখন ৰাজ্যৰ ওঠৰ

জি-২০ প্ৰতিনিধি দলৰ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান দৰ্শন

গোলাঘাট, ১ ফেব্ৰুৱাৰী : ভাৰতে ২০২৩ বৰ্ষত জি-২০ শীৰ্ষ সন্মিলনৰ অধ্যক্ষতাৰ দায়িত্ব লাভ কৰাৰ পিছত অসমত হ'বলগীয়া জি-২০ৰ অন্তৰ্গত দীৰ্ঘস্থায়ী বিত্তীয় কৰ্মী গোট (SFWG) আৰু য়ুথ-২০ৰ বৈঠকত অংশগ্ৰহণৰ বাবে অহা প্ৰতিনিধিৰ এটা দলে আজি ইউনেস্কোৰ

১৫ ফেব্ৰুৱাৰীৰ পৰা কেপ্তেইন জিন্টু গগৈ বীৰ চক্ৰ সোঁৱৰণী ফুটবল প্ৰতিযোগিতা; ডিব্ৰুগড়ত ট্ৰফী উন্মোচন

ডিব্ৰুগড়, ১ ফেব্ৰুৱাৰী, ২০২৩: অইল ইণ্ডিয়া লিমিটেড, দুলীয়াজান আৰু অসম ৰাজ্য চৰকাৰৰ সহযোগত তথা স্পিয়াৰ কৰ্পছৰ তত্বাৱধানত ৰেড শ্বিল্ড ডিভিজনৰ লাইপুলি ব্ৰিগেডে ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ ৰংঘৰ প্ৰেক্ষাগৃহত অষ্টাদশ সংখ্যক কেপ্তেইন জিন্টু গগৈ

বিটিআৰত নতুন গাঁও অন্তৰ্ভুক্তি একপক্ষীয় হোৱাৰ অভিযোগ অসম তৃণমূল কংগ্ৰেছৰ

পুনৰ বিদ্যুৎ মাচুল বৃদ্ধিৰ বিৰুদ্ধে ৰাজ্যজুৰি আন্দোলনৰ হুংকাৰ গুৱাহাটী, ৩০ জানুৱাৰী: বিটিআৰত নতুনকৈ ৬০ খনকৈ বড়ো বসতি প্ৰধান গাঁও অন্তৰ্ভুক্ত কৰা হ'ব বুলি মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই কৰা ঘোষণাৰ সন্দৰ্ভত সৰৱ হৈ পৰিছে অসম তৃণমূল

জি-২০ ৰ বৈঠক সন্দৰ্ভত ৰাজ্যিক বিজেপিৰ সংবাদ মেল

গুৱাহাটী, ৩০ জানুৱাৰী : 'প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত ভাৰতবৰ্ষই বিশ্বগুৰুৰ আসনৰ দিশে আগবাঢ়িছে। নৰেন্দ্ৰ মোদীৰ বলিষ্ঠ পদক্ষেপৰ বাবেই ভাৰতে জি-২০ ৰ অধ্যক্ষতা লাভ কৰিছে'- দলৰ বশিষ্ঠস্থিত মুখ্য কাৰ্যালয়ত এক সংবাদ মেল সম্বোধন কৰি দলৰ

গুৱাহাটীত একাডেমী অৱ ক্ৰিয়েটিভ আৰ্টছৰ শিশু নাট্য পাঠৰ শুভাৰম্ভ

গুৱাহাটী: দেওবাৰে গুৱাহাটী প্ৰেছ ক্লাবত এক অনুষ্ঠানত অসমৰ নাট্য ক্ষেত্ৰৰ বহুকেইজন সমল ব্যক্তিৰ উপস্থিতিত একাডেমী অৱ ক্রিয়েটিভ আৰ্টছৰ শিশু নাট্য পাঠৰ শুভাৰম্ভণি অনুষ্ঠান অনুষ্ঠিত কৰা হয়। একাডেমী অব ক্রিয়েটিভ আর্টছে ৪ ফেব্ৰুৱাৰীৰ পৰা

ৰাজ্যৰ পৰৱৰ্তী ডিজিপি জি পি সিং

ৰাজ্যৰ পৰৱৰ্তী আৰক্ষী সঞ্চালক প্ৰধান হিচাপে দায়িত্ব গ্ৰহণ কৰিব জেষ্ঠ্য আৰক্ষী বিষয়া জ্ঞানেন্দ্ৰ প্ৰতাপ সিঙে।টুইটযোগে আজি জনায় আৰক্ষী বিষয়া জি পি সিঙে। উল্লেখ্য যে, অহা ৩১ জানুৱাৰীত অৱসৰ গ্ৰহণ কৰিব বৰ্তমানৰ ডিজিপি ভাস্কৰজ্যোতি মহন্তই। বহু