Website Design: dastechnologies
ৰাজ্যৰ পৰৱৰ্তী আৰক্ষী সঞ্চালক প্ৰধান হিচাপে দায়িত্ব গ্ৰহণ কৰিব জেষ্ঠ্য আৰক্ষী বিষয়া জ্ঞানেন্দ্ৰ প্ৰতাপ সিঙে।
টুইটযোগে আজি জনায় আৰক্ষী বিষয়া জি পি সিঙে। উল্লেখ্য যে, অহা ৩১ জানুৱাৰীত অৱসৰ গ্ৰহণ কৰিব বৰ্তমানৰ ডিজিপি ভাস্কৰজ্যোতি মহন্তই। বহু দিনৰে পৰা নতুন ডিজিপি হিচাপে জি পি সিং ৰ নামটো চৰ্চিত হৈ আহিছিল।
তেও লিখিছে
“মা কামাখ্যাৰ আশীৰ্বাদেৰে অসমবাসীৰ সেৱা কৰাৰ সুযোগ পাই মই ধন্য। গৌৰৱময় অসম আৰক্ষীক নেতৃত্ব দিবলৈ মোৰ ওপৰত আস্থা ৰখাৰ বাবে মাননীয় মুখ্যমন্ত্ৰী অসম মহোদয়লৈ কৃতজ্ঞতা”