True and Honest

সাৱধান: পিক পেলোৱা মানুহক দুই বেত মান লগাব পাৰে আৰক্ষীয়ে

0 85

য’তে ত’তে পিক পেলোৱা লোকক দুই বেত মান লগাব লাগে। এই মন্তব্য ৰাজ্যৰ আৰক্ষী সঞ্চালক প্ৰধান ভাস্কৰজ্যোতি মহন্তৰ।
মৈত্ৰী আচনিৰ অধীনত চাৰিখনকৈ আৰক্ষী থানা উদ্বোধন কৰি ২৭ জানুৱাৰীত এই মন্তব্য কৰে মহন্তই।
সমাজৰ অশুভ শক্তিৰ বিৰুদ্ধে সকলোৱে যুজিব লাগে বুলি উল্লেখ কৰি ৰাজ্যৰ সকলো থানা উন্নত কৈ গঢ়ি তোলা হব বুলিও আৰক্ষী বিষয়াগৰাকীয়ে প্ৰকাশ কৰে।

Leave A Reply