Browsing Category

Entertaintment

আজাৰা ভি ভি আই পিৰ আৰ আৰ চিনেমাছত শ্ৰীৰঘুপতিৰ অভিলেখ

গুৱাহাটী : শেহতীয়াভাৱে অসমীয়া চিনেমাৰ জগতলৈ কিছুদিনৰ পৰা নতুনত্বৰ সমান্তৰালভাৱে ইখনৰ পাছত সিখন ছবিৰ বাণিজ্যিক সফলতাই নতুন আশাৰ ৰেঙনি কঢ়িয়াই অনাটো নিশ্চিতভাৱে এক ইতিবাচক দিশ হিচাপে পৰিগণিত হৈছে । ভাল ছবি নিৰ্মাণ কৰিলে যে দৰ্শকে আঁকোৱালি