Browsing Tag

assam police

সাৱধান: পিক পেলোৱা মানুহক দুই বেত মান লগাব পাৰে আৰক্ষীয়ে

য'তে ত'তে পিক পেলোৱা লোকক দুই বেত মান লগাব লাগে। এই মন্তব্য ৰাজ্যৰ আৰক্ষী সঞ্চালক প্ৰধান ভাস্কৰজ্যোতি মহন্তৰ।মৈত্ৰী আচনিৰ অধীনত চাৰিখনকৈ আৰক্ষী থানা উদ্বোধন কৰি ২৭ জানুৱাৰীত এই মন্তব্য কৰে মহন্তই।সমাজৰ অশুভ শক্তিৰ বিৰুদ্ধে সকলোৱে যুজিব

বাংলাদেশীক গ্ৰেপ্তাৰ কৰাৰ পাচত কি ক’লে অসম আৰক্ষীয়ে

গুৱাহাটীঃ অসমত পৰ্যটক ভিছাৰ অপব্যৱহাৰ কৰা হৈছে বুলি অসম আৰক্ষীয়ে আজি উল্লেখ কৰে । আৰক্ষীৰ সঞ্চালক প্ৰধান ভাস্কৰজ্য়োতি মহন্তই কয় যে বাংলাদেশী ধৰ্মগুৰুসকলে ৰাজ্যখনৰ দূৰৱৰ্তী অঞ্চলত ধৰ্মীয় সভা আয়োজন কৰি পৰ্যটক ভিছাৰ নিয়ম উলংঘা কৰিছে।অসমৰ

গুৱাহাটী আই আই টিৰ (Guwahati IIT) হোষ্টেলত মৃতদেহ উদ্ধাৰ

গুৱাহাটী: নিশা আই আই টি গুৱাহাটীত(Guwahati IIT)অঘটন। শিক্ষাৰ্থীৰ মৃতদেহ উদ্ধাৰ হৈছে প্ৰতিষ্ঠানখনৰ হোষ্টেলত। হোষ্টেলৰ কোঠাৰ ভিতৰত Surya Narayan Premkishore নামৰ ছাত্ৰজনৰ মৃতদেহ চিপ লোৱা অৱস্থাত উদ্ধাৰ হয়। ঘটনাটো ১৬ চেপ্তেম্বৰৰ আৰু ছাত্ৰজনৰ