Himanta Biswa Said well done- why ?

Guwahati: Police on Thursday seized a huge quantity of drugs worth Rs 5-8 crore in Guwahati and arrested four members of an international drug network. Spl Squad led by JCP Partha Mahanta recovered 1,00,000 Yaba tablets from a dumper.

চোৰাং গৰু সৰবৰাহকাৰীক গ্ৰেপ্তাৰ

বশিষ্ঠ আৰক্ষীৰ এটা EGPD দলে সাতটাকৈ চোৰাং গৰু জব্দ কৰে । লগতে আটক কৰে দুজনকৈ সৰবৰাহকাৰীক । আটক কৰা সৰবৰাহকাৰী দুজন উত্তৰ গুৱাহাটীৰ এজন হাবিশ আলী (৫৩) আৰু অজয় বিশ্বাস (৩২) । দুইজনকে গ্ৰেপ্তাৰ কৰি আইনী ব্যৱস্থা আৰম্ভ কৰা হৈছে বুলি আৰক্ষীয়ে