Browsing Tag

গুৱাহাটী

গুৱাহাটী প্ৰেছ ক্লাবত বাসনা সাহিত্য গোষ্ঠীৰ বটা প্ৰদান অনুষ্ঠান

গুৱাহাটী : অসমৰ সাহিত্য - সংস্কৃতিমূলক অনুষ্ঠান বাসনা সাহিত্য গোষ্ঠীৰ উদ্যোগত গুৱাহাটী পাঞ্জাবাৰীৰ বিশিষ্ট সমাজকৰ্মী, সমাজ সংগঠক দিবাকৰ শৰ্মাৰ সোঁৱৰণত সদৌ অসম ভিত্তিত অনুষ্ঠিত কৰা কবিতা প্ৰতিযোগিতাৰ পুৰস্কাৰসমূহ আজি এক গাম্ভীৰ্যপূৰ্ণ

লোকসভাত অসমত তৃণমূল কংগ্ৰেছে বিচাৰিব ৫ আসন

ক'লকাতাত ৰিপুন বৰা-অভিষেক বেনাৰ্জীৰ বৈঠকত সিদ্ধান্ত গুৱাহাটী: আগন্তুক লোকসভা নিৰ্বাচনত অসমত ৫ খন আসন বিচাৰিব তৃণমুল কংগ্ৰেছে। অসম তৃণমূল কংগ্ৰেছৰ মিডিয়া বিভাগৰ অধ্যক্ষ দিলীপ কুমাৰ শৰ্মাই এক সংবাদমেল এই কথা প্ৰকাশ কৰে । শৰ্মাই

২০ ছেপ্তেম্বৰৰ পৰা সাংবিধানিক বিচাৰপীঠত মহাসংঘৰ গোচৰৰ শুনানী আৰম্ভ

স্বাধীনতাৰ ৭৬ বছৰত প্ৰথম বাৰৰ বাবে ছুপ্ৰিম কৰ্টৰ সাংবিধানিক বিচাৰপীঠত মহাসংঘৰ খিলঞ্জীয়াৰ সুৰক্ষা গোচৰৰ শুনানী অনুষ্ঠিত হ'ব ।এই বিচাৰত নাগৰিক পঞ্জীৰ ভিত্তি বছৰ, বিদেশী চিনাক্ত কৰাৰ ভিত্তি বছৰ, বিদেশীৰ সন্তানৰ নাগৰিকত্ব, ২০১৪ চনলৈ বিদেশী

বাঁহ কৃষক তথা বাঁহ শিল্পীৰ বৰ্ষাৰণ্য গৱেষণা প্ৰতিষ্ঠানত দহ দিনীয়া প্ৰশিক্ষণ আৰম্ভ

যোৰহাটৰ বৰ্ষাৰণ্য গৱেষণা প্ৰতিষ্ঠানে বাঁহৰ ওপৰত দহ দিন জোৰা এটি প্ৰশিক্ষণ কাৰ্যসূচী আৰম্ভ কৰিছে। উৰিষ্যা চৰকাৰৰ বাঁহ উন্নয়ন সংস্থাৰ অৰ্থ সাহায্যত আয়োজন কৰা এই প্ৰশিক্ষণত মুঠতে বাৰ জন প্ৰশিক্ষাৰ্থীয়ে অংশগ্ৰহণ কৰিছে। ইয়াৰে দহ জন বাঁহ কৃষক

গৰীয়া-মৰীয়া-দেশী সকলক কেৱল মুছলমান বুলি শত্ৰুৰ দৰে আচৰণ কৰি থকাটো নিন্দনীয় –মহাসংঘ

আজি গড়গাঁৱত অনুষ্ঠিত হোৱা এক গুৰুত্বপূৰ্ণ সংবাদ মেলত অসম সন্মিলিত মহাসংঘৰ কাৰ্যকৰী সভাপতি মতিউৰ ৰহমানে টাই সাহিত্য সভাৰ সভাপতি ডা: হেমন্ত গগৈৰ সৈতে এক সংবাদ মেলত কয় যে --অসমত খিলঞ্জীয়া মুছলমান সম্প্ৰদায়ৰ লোকসকলক কেৱল গৰীয়া-মৰীয়া-দেশী

ধাৰাপুৰ গাঁও পঞ্চায়তৰ খানামুখ ন – পাৰাত ৰাজহুৱা সভাগৃহৰ আধাৰশিলা স্থাপন

গুৱাহাটী : পশ্চিম গুৱাহাটীৰ বিধায়ক ৰমেন্দ্ৰ নাৰায়ণ কলিতাই সমষ্টিটোৰ গ্ৰামাঞ্চলৰ ৰাণী উন্নয়ন খণ্ডৰ অধীনৰ ৩২ নম্বৰ ধাৰাপুৰ গাঁও পঞ্চায়তৰ ১০ নম্বৰ ৱাৰ্ডৰ খানামুখ ন - পাৰা ৰাজহুৱা নামঘৰ চৌহদত প্ৰয়াত মেলো কলিতাৰ পৰিয়ালবৰ্গই দান দিয়া ভূমিত

বোলবোম উপলক্ষে ভীমাশংকৰত লক্ষাধিক ভক্তৰ সমাগম

এক কিলোমিটাৰ দীঘলীয়া শাৰী গুৱাহাটী : ভাৰতৰ আন আন বহু ৰাজ্যৰ দৰে অসমতো শাওণ মাহ আৰম্ভ হোৱাৰ সময়ৰে পৰা হিন্দু ধৰ্মাৱলম্বী লোক সকলৰ বহুতেই মাহটোক পবিত্ৰ মাহ বুলি গণ্য কৰি আহিছে । লোক বিশ্বাস অনুসৰি বোলবোম হিচাপে জনপ্ৰিয় আৰু দেবাদিদেৱ

অবৈধ শিল, বালি সৰবৰাহ কৰা বাহনৰ বিৰুদ্ধে গুৱাহাটীত বন বিভাগৰ অভিযান; ৫ খন ডাম্পাৰ জব্দ

গুৱাহাটী : জালুকবাৰী , বৰাগাঁও, খানাপাৰা আৰু নাৰেংগীত অভিযান চলাই চালান অবিহনে অবৈধভাবে শিল আৰু বালি সৰবৰাহ কৰা পাঁচখন ডাম্পাৰ জব্দ কৰে বন বিভাগে। শুকুৰবাৰে নিশা চলিছিল এই অভিযান । উল্লেখ্য যে, মূখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই বন