কমলপুৰত পুঠিমাৰি নদীত জাঁপ দুই সন্তান সহ মহিলাৰ

কামৰূপৰ কমলপুৰ থানাৰ অন্তৰ্গত আঠগাঁৱত সংঘটিত হৈছে এক হৃদয়বিদাৰক ঘটনা।গাঁওখনৰ মাজৰে বৈ যোৱা পুঠিমাৰি নৈত এজনী মহিলাই দুই সন্তানক লৈ পানীত জাপ দিয়ে।অৱশ্যে স্থানীয় লোক এজনে এটি সন্তানক উদ্ধাৰ কৰে যদিও বৰ্তমানলৈ সন্ধানহীন হৈছে মহিলা গৰাকীৰ

ৰাজনীতিত যোগদান কৰাৰ কথা অস্বীকাৰ কৰে বৰষা ৰাণী বিষয়াই

জনপ্ৰিয় অসমৰ অভিনেত্ৰী বৰষা ৰাণী বিষয়াই কয় যে এতিয়ালৈকে তেওঁৰ ৰাজনীতিত যোগদান কৰাৰ কোনো পৰিকল্পনা নাই। আজি, এক ফেচবুক লাইভত তেওঁ ছ'চিয়েল মিডিয়াত বিয়পি পৰা উৰাবাতৰিৰ বিষয়ে প্ৰকাশ কৰিছে।'মই নিজেই নাজানো যে, মই ৰাজনীতিত যোগদান কৰিম।

কোনোবাই মাৰিলে আমিও গুলি মাৰিম – ডিজিপিৰ কঠোৰ স্থিতি

কোনোবাই গুলি মাৰিলে অসম পুলিচেও গুলিয়াব বুলি উল্লেখ কৰি উগ্ৰপন্থী সংগঠনৰ বিৰুদ্ধে কঠোৰ স্থিতি গ্ৰহনৰ কথা জনালে অসম আৰক্ষীৰ সঞ্চালকপ্ৰধান ভাস্কৰজ্যোতি মহন্তই। সোমবাৰে আৰক্ষীৰ সঞ্চালক প্ৰধানগৰাকীয়ে সাংবাদিকৰ প্ৰশ্নত কয় যে, কোনোবাই গুলিয়ালে

নেপালৰ বিমান দূৰ্ঘটনাত ৬৮ জন নিহত

ৰাষ্ট্ৰীয় আৰু আন্তৰাষ্ট্ৰীয় সংবাদ মাধ্যমৰ খবৰ অনুসৰি আজি ১৫ জানুৱাৰী ২০২৩ৰ ৰাতিপুৱা নেপালৰ ৰাজধানী কাঠমাণ্ডুৰ পৰা প্ৰায় ৭২ জন লোকক কঢ়িয়াই নিয়া এখন বিমান পোখৰাত দুৰ্ঘটনাগ্ৰস্ত হোৱাৰ ফলত নেপালত আজি কমেও ৬৮ জন লোকৰ মৃত্যু হয়।

ৰাজ্যজুৰি বিভিন্ন আৰ্হিত নিৰ্মাণ ভেলাঘৰ, ভোগালীক আদৰিবলৈ সাজু অসমবাসী

ভেলাঘৰ অসমীয়াৰ আবেগ। ভেলাঘৰ মাঘ বিহুত বনোৱা হয়। ভোগৰ উৎসৱ ভোগালীক লৈ ব্যস্ত হৈছে অসমৰ ৰাইজ। খোৱা লোৱা সামগ্ৰীত গুৰুত্ব দিয়াৰ সমান্তৰালকৈ গঞা ৰাইজে প্ৰধানকৈ মেজি আৰু ভেলাঘৰ নিৰ্মাণ কৰাত ব্যস্ত হৈ পৰিছে। পৰম্পৰাগত মেজি আৰু ভেলাঘৰৰ লগতে

ভোগালীৰ উচাহ-উদ্দীপনাৰ মাজতে কাজিৰঙাত ভয়াৱহ পথ দুৰ্ঘটনা, তিনিজনৰ থিতাতে নিহত

কাজিৰঙাৰ হাতীখুলিত কয়লা ভৰ্তি ট্ৰাকে মহতিয়াই নিলে পথত খোজকাঢ়ি থকা পাঁচজন লোকক । ফলত তিনিজনৰ ঘটনাস্থলীতে মৃত্যু হোৱা বুলি জানিব পৰা গৈছে। হাতীখুলি নিৱাসী তিনিওজন একেটা পৰিয়ালৰে লোক বুলিও সূত্ৰত প্ৰকাশ।আনহাতে, গুৰুতৰভাৱে আহত দুজন লোকক

গুৱাহাটীত খেদি খেদি আক্ৰমণৰ চেষ্টা বন্যহস্তীৰ

গুৱাহাটী মহানগৰীত পুনৰ বন্য হস্তীৰ আতংক । সাতগাঁও থানাৰ অন্তৰ্গত আমছিং যোৰাবাটত বনৰীয়া হাতীৰ মুক্ত বিচৰণ । নাৰেংগীৰ পৰা আমছিং যোৰাবাটলৈ যোৱা এখন গাড়ীখনক খেদি খেদি আক্ৰমণ চেষ্টা বন্য হস্তীৰ । তীব্ৰ বেগেৰে গাড়ী চলাই প্ৰাণ ৰক্ষা গাড়ীখনৰ

ৰাজ্যত অত্যাধিক হাৰত বিদ্যুৎ মাচুল বৃদ্ধি বিজুলী ভৱনৰ সন্মুখত আম আদমি পাৰ্টীৰ উত্তাল প্ৰতিবাদ

ৰাজ্যত অভাৱণীয় হাৰত বৃদ্ধি পোৱা বিদ্যুৎ মাছুল নিয়ন্ত্ৰণৰ দাবীত আৰু স্মার্ট মিটাৰৰ নামত হোৱা কেলেংকাৰিৰ তদন্তৰ দাবীত ১২ জানুৱাৰীত আম আদমি পার্টীয়ে গুৱাহাটীত পল্টনবজাৰস্থিত বিজুলী ভৱনৰ চৌহদৰ সন্মুখত ধর্ণা কাৰ্যসূচী ৰূপায়ন কৰে।

বাংগালুৰুত ৰাষ্ট্ৰীয় পৰ্যায়ৰ ক্ৰিকেট টুৰ্ণামেণ্টত ভাগ ল’লে অসম দৃষ্টিহীন ছোৱালী ক্ৰিকেট দলে

হাজাৰ প্ৰতিবন্ধকতা নেওচিও প্ৰথমবাৰৰ বাবে কেয়াৰ ইউ ৩৬৫ নামৰ বেচৰকাৰী সংস্থাৰ প্ৰচেষ্টাত ৰাষ্ট্ৰীয় পৰ্যায়ৰ ক্ৰিকেট টুৰ্ণামেণ্টত ভাগ ল'লে অসম দৃষ্টিহীন ছোৱালী ক্ৰিকেট দলে । বাংগালুৰুত যোৱা ৯ জানুৱাৰীৰ পৰা ভাৰতৰ দৃষ্টিহীন ক্ৰিকেট সন্থা চমুকৈ