Website Design: dastechnologies
কমলপুৰত পুঠিমাৰি নদীত জাঁপ দুই সন্তান সহ মহিলাৰ
কামৰূপৰ কমলপুৰ থানাৰ অন্তৰ্গত আঠগাঁৱত সংঘটিত হৈছে এক হৃদয়বিদাৰক ঘটনা।গাঁওখনৰ মাজৰে বৈ যোৱা পুঠিমাৰি নৈত এজনী মহিলাই দুই সন্তানক লৈ পানীত জাপ দিয়ে।অৱশ্যে স্থানীয় লোক এজনে এটি সন্তানক উদ্ধাৰ কৰে যদিও বৰ্তমানলৈ সন্ধানহীন হৈছে মহিলা গৰাকীৰ লগতে কণমানি সন্তানটি। আৰক্ষী আৰু উদ্ধাৰকাৰী দলে অব্যাহত ৰাখিছে অভিযান।