যোৰহাটৰ মৰিয়নীত ৰে’লৰ খুন্দাত হাতী পোৱালিৰ মৃত্যু

0

নামনিমুৱা কামৰূপ এক্সপ্ৰেছৰ খুন্দাত এটা হাতীৰ পোৱালিৰ মৃত্যু হয় ৷ যোৰহাট জিলাৰ মৰিয়নীত সংঘটিত হয় এই শোকাৱহ দূৰ্ঘটনাটো ৰে’ল গাড়ীখনে প্ৰায় ৫০ মিটাৰ অধিক পথ চোচৰাই লৈ যায় হাতী পোৱালিটোক ৷ উক্ত দুৰ্ঘটনাত আৰু হাতী ৰেলৰ খুন্দাত আঘাতপ্ৰাপ্ত হোৱাৰ আশংকা কৰা হৈছে ৷ পৰৱৰ্তী সময়ত ৰেলৰ ট্ৰেকত পৰি ৰোৱা বন্যহস্তীৰ মৃতদেহটো JCB সহায়ত ৰে’ল বিভাগৰ লোকে আতৰাই দিয়ে বুলি জানিবলৈ পোৱা গৈছে।

Leave A Reply