True and Honest
Browsing Tag

Jorhat

বর্ষাৰণ্য গৱেষণা প্ৰতিষ্ঠানত সাঁচিগছৰ ৰাষ্ট্ৰীয় পৰ্যায়ৰ প্ৰশিক্ষণৰ সফল সমাপন

যোৰহাট: যোৰহাটৰ বৰ্ষাৰণ্য গৱেষণা প্ৰতিষ্ঠানত যোৱা 30 জানুৱাৰীৰ পৰা 1 ফেব্ৰুৱাৰী, 2023 লৈ অনুষ্ঠিত হোৱা সাঁচিগছৰ খেতি আৰু কৃত্ৰিম ভেঁকুৰ সংস্থাপনৰ কৌশলৰ ওপৰত এখন ৰাষ্ট্ৰীয় পৰ্যায়ৰ প্ৰশিক্ষণ কৰ্মশালাৰ সফল সমাপন হয়। ভাৰতৰ মুঠতে ছখন ৰাজ্যৰ ওঠৰ

যোৰহাটৰ মৰিয়নীত ৰে’লৰ খুন্দাত হাতী পোৱালিৰ মৃত্যু

নামনিমুৱা কামৰূপ এক্সপ্ৰেছৰ খুন্দাত এটা হাতীৰ পোৱালিৰ মৃত্যু হয় ৷ যোৰহাট জিলাৰ মৰিয়নীত সংঘটিত হয় এই শোকাৱহ দূৰ্ঘটনাটো ৰে'ল গাড়ীখনে প্ৰায় ৫০ মিটাৰ অধিক পথ চোচৰাই লৈ যায় হাতী পোৱালিটোক ৷ উক্ত দুৰ্ঘটনাত আৰু হাতী ৰেলৰ খুন্দাত আঘাতপ্ৰাপ্ত হোৱাৰ

ঘটনা যোৰহাটৰ, পত্নীয়ে পুত্ৰ সন্তান জন্ম দিয়াৰ বাবে বিল্ডিঙৰ পৰা জপিয়ালে এজনে

বুধবাৰে নিশা যোৰহাট চিকিৎসা মহাবিদ্যালয়ৰ চৌহদত সৃষ্টি হয় উত্তেজনা। প্ৰসূতি বিভাগৰ চৌহদত থকা কেণ্টিনৰ ওপৰ মহলাৰ পৰা জাপ প্ৰসূতিৰ পতিৰ। জিতুমণি দাস নামৰ ব্যক্তি জনে সৃষ্টি কৰে এনে অনাকাংক্ষিত পৰিস্থিতিৰ। জিতুমণিৰ ঘৰ গোলাঘাট জিলাৰ বোকাখাটৰ