Browsing Category

ASSAMESE

অবৈধ শিল, বালি সৰবৰাহ কৰা বাহনৰ বিৰুদ্ধে গুৱাহাটীত বন বিভাগৰ অভিযান; ৫ খন ডাম্পাৰ জব্দ

গুৱাহাটী : জালুকবাৰী , বৰাগাঁও, খানাপাৰা আৰু নাৰেংগীত অভিযান চলাই চালান অবিহনে অবৈধভাবে শিল আৰু বালি সৰবৰাহ কৰা পাঁচখন ডাম্পাৰ জব্দ কৰে বন বিভাগে। শুকুৰবাৰে নিশা চলিছিল এই অভিযান । উল্লেখ্য যে, মূখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই বন

গুৱাহাটী প্ৰেছ ক্লাবৰ সাধাৰণ সভা অনুষ্ঠিত

গুৱাহাটী: গুৱাহাটী জিলা পুথিভঁৰালৰ প্ৰেক্ষাগৃহত আজি অনুষ্ঠিত গুৱাহাটী প্ৰেছ ক্লাবৰ সাধাৰণ সভা থূলৰ অভাৱত স্থগিত ৰাখিবলগীয়া হয়। প্ৰায় ২০০ জন সদস্য উপস্থিত থকা অনুষ্ঠানত আনুষ্ঠানিক সভাৰ নহ'লেও বহুকেইটা গুৰুত্বপূৰ্ণ বিষয় আলোচনা কৰা হয়।

মূল্য বৃদ্ধিৰ বিৰুদ্ধে আম আদমি পাৰ্টীৰ অসমত তীব্ৰ প্ৰতিবাদ

জিলা আয়ুক্তৰ জৰিয়তে মুখ্যমন্ত্ৰীলৈ স্মাৰক-পত্ৰ প্ৰেৰণ গুৱাহাটী : মূল্য বৃদ্ধিৰ বিৰুদ্ধে আপ মহিলা শক্তি, যুৱ শক্তি, ছাত্ৰ-যুৱ শাখা আৰু জিলা সমিতিসমূহে সমগ্ৰ অসমতে মঙলবাৰে প্ৰতিবাদী কাৰ্যসূচী হাতত লয় আৰু মুখ্যমন্ত্ৰীলৈ পৃথকে পৃথকে

পৰিবহণ বিভাগৰ “অভিযান সুৰক্ষিত যাতায়াত”লৈ শিশু শিল্পীৰ সহযোগিতা

গুৱাহাটী: পথ সুৰক্ষা এতিয়া কেবল পথত মানি চলিবলগীয়া নীতি-নিৰ্দেশনা হৈ থকা নাই, পথ-সুৰক্ষাৰ সজাগতা সচেতনতা এতিয়া সকলোৰে বাবেই সমগ্ৰ জীৱন কালৰ সুৰক্ষাত পৰিণত হৈছে । এই কথা এতিয়া আনকি বুজি পোৱা হৈছে সময় সচেতন শিশু-কিশোৰে। মহানগৰীৰ ৰাজপথত আজি

অমিত শ্বাহে মুকলি কৰিলে পৰ্টেল, চাহাৰাত থকা জমা ধন কেনেকৈ পাব

চাহাৰা (চাহাৰা)ত বিনিয়োগ কৰা ১০ কোটি বিনিয়োগকাৰীৰ বাবে এক ডাঙৰ খবৰ । কেন্দ্ৰীয় মন্ত্ৰী অমিত শ্বাহে ১৮ জুলাই, মঙলবাৰে চাহাৰা ৰিফাণ্ড পৰ্টেল মুকলি কৰিছে। এই পৰ্টেলৰ জৰিয়তে, চাহাৰাত বিনিয়োগ কৰা বিনিয়োগকাৰীসকলে তেওঁলোকৰ ধন ঘূৰাই পাব। এই

অসমীয়া কোৱাৰ বাবেই গুৱাহাটীত অনা অসমীয়াৰ আক্ৰমণ

গুৱাহাটী : মহানগৰীত এজন যুৱকক হিন্দীভাষী যুৱক কেইজনমানে আক্ৰমণ কৰাৰ ঘটনা সংঘটিত হৈছে । জানিব পৰামতে দেওবাৰে নিশা গুৱাহাটীৰ খ্ৰীষ্টানবস্তিত সংঘটিত হৈছে এই ঘটনা । অভিযোগ অনুসৰি অসমীয়া ভাষা কোৱাৰ বাবেই হোটেলত কৰ্মৰত যুৱকজনক আক্ৰমণ কৰে । লগতে

এই কথা মানুহক নকব, অলপ হলেও শান্তি বৃদ্ধি হ’ব

কিছুমান কথা কাৰোৰে আগত কোৱাটো উচিত নহয়। এনেধৰণৰ কথা ক'তো লিখিত ভাবে উল্লেখ নাই যদিও মৌখিকভাবে প্ৰচলিত হৈ আহিছে। পাৰিবাৰিক সংঘাত: সাধাৰণতে সকলো পৰিয়ালতে পাৰিবাৰিক কাজিয়া বা সংঘাত হোৱা দেখা যায়। পৰা পক্ষত এই সংঘাত নিজৰ পৰিয়ালৰ মাজতে ৰখাতো

সমষ্টি পুনৰ নিৰ্ধাৰণ আৰু নাম সলোৱা কাৰ্যক লৈ অসম সন্মিলিত মহাসংঘৰ প্ৰতিক্ৰিয়া

সমষ্টি পুনৰ নিৰ্ধাৰণ আৰু নাম সলোৱা কাৰ্য আদালত অৱমাননাৰ অপৰাধ বুলি অভিহিত কৰিছে অসম সন্মিলিত মহাসংঘই । সংবাদ বিজ্ঞপ্তিযোগে মহাসংঘৰ কাৰ্যকৰী সভাপতি মতিউৰ ৰহমানে কয় যে, "২০০৫-০৭ চনত দেশৰ আন ৰাজ্যবোৰত সমষ্টি পুনৰ নিৰ্ধাৰণ হৈছিল । অসমত

জনসংখ্যা নিয়ন্ত্ৰণ আইন ৰ পোষকতাৰে JSF ৰ প্ৰধানমন্ত্ৰীলৈ স্মাৰক পত্ৰ

গুৱাহাটী: বিশ্ব জনসংখ্যা দিৱস উপলক্ষে জনসংখ্যা সমাধান ফাউণ্ডেশ্যন, (JSF) অসমৰ তৰফৰ পৰা দেশৰ প্ৰধানমন্ত্ৰীলৈ স্মাৰক পত্ৰ প্ৰেৰণ কৰা হয়। কামৰূপ মহানগৰ জিলা উপায়ুক্তৰ কাৰ্যালয়ৰ জড়িয়তে মঙলবাৰে প্ৰদান কৰা হয় এই স্মাৰক পত্ৰ।ইফালে, দেশৰ সকলো

ৰাণীত হাতীৰ আক্ৰমণত ঘৰ বিধ্বস্ত

ৰক্ষা পৰিল মাতৃসহ দুটি শিশুৰ জীৱন ৰাণী : পশ্চিম গুৱাহাটীৰ অসম - মেঘালয় সীমান্তৰ ৰাণী (Rani) অঞ্চলত খেতি পথাৰ সমূহত বিগত প্ৰায় ডেৰ মাহ ধৰি অব্যাহত আছে বনৰীয়া হাতীৰ উপদ্ৰৱ । সন্ধিয়া আন্ধাৰ নামি অহাৰ পাছতেই মেঘালয় সীমান্তৰ পাহাৰৰ পৰা