True and Honest

অসমীয়া কোৱাৰ বাবেই গুৱাহাটীত অনা অসমীয়াৰ আক্ৰমণ

0 148

গুৱাহাটী : মহানগৰীত এজন যুৱকক হিন্দীভাষী যুৱক কেইজনমানে আক্ৰমণ কৰাৰ ঘটনা সংঘটিত হৈছে । জানিব পৰামতে দেওবাৰে নিশা গুৱাহাটীৰ খ্ৰীষ্টানবস্তিত সংঘটিত হৈছে এই ঘটনা । অভিযোগ অনুসৰি অসমীয়া ভাষা কোৱাৰ বাবেই হোটেলত কৰ্মৰত যুৱকজনক আক্ৰমণ কৰে । লগতে আন লোককো আক্ৰমণ কৰাৰ অভিযোগ উত্থাপিত হৈছে । স্থানীয়লোকৰ ভাষ্য অনুসৰি বিলাসী বাহন লৈ নিশা খ্ৰীষ্টানবস্তিলৈ আহিছিল যুৱক ৫ জন । আৰক্ষীৰ তদন্তত হে সমগ্ৰ ঘটনাৰ সবিশেষ তথ্য উলাই পৰিব ।

আৰু এই কথা মানুহক নকব

Leave A Reply