Browsing Category

ASSAMESE

খিলঞ্জীয়া জনগণলৈ মহাসংঘৰ আকুল আহ্বান

তেজপুৰ : প্ৰথম বাৰৰ বাবে ছুপ্ৰিম কৰ্টৰ ৫ জনীয়া সাংবিধানিক বিচাৰপীঠত অসম সন্মিলিত মহাসংঘৰ নেতৃত্বত পৰিচালিত ৪টা গুৰুত্বপূৰ্ণ গোচৰৰ নিৰৱচ্ছিন্ন শুনানী অনুষ্ঠিত হ'ব ১৭ অক্টোবৰৰ পৰা । অসম সন্মিলিত মহাসংঘই সংবাদ মাধ্যমলৈ প্ৰেৰণ কৰা

ভূটানৰ গেলেফু – থিম্ফু – ফুণ্ট শ্লিং হৈ এছিয়ান কাৰ ৰেলী শিলিগুৰিত উপস্থিত

ভূটানত ৩দিনীয়া পৰিক্ৰমা সামৰি এছিয়ান কাৰ ৰেলী শনিবাৰে সন্ধিয়া শিলিগুৰিত প্ৰৱেশ কৰিছে। যোৱা ২৮ ছেপ্তেম্বৰত গুৱাহাটীৰ পৰা ৰাওনা হোৱা দলটোৱে প্ৰথম দিনা ভূটানৰ গেলেফুত নিশা কটায়। শুকুৰবাৰে ৰেলীয়ে ভূটানৰ পাহাৰীয়া পথেদি যাত্ৰা কৰি দেশখনৰ

লোকসভাত অসমত তৃণমূল কংগ্ৰেছে বিচাৰিব ৫ আসন

ক'লকাতাত ৰিপুন বৰা-অভিষেক বেনাৰ্জীৰ বৈঠকত সিদ্ধান্ত গুৱাহাটী: আগন্তুক লোকসভা নিৰ্বাচনত অসমত ৫ খন আসন বিচাৰিব তৃণমুল কংগ্ৰেছে। অসম তৃণমূল কংগ্ৰেছৰ মিডিয়া বিভাগৰ অধ্যক্ষ দিলীপ কুমাৰ শৰ্মাই এক সংবাদমেল এই কথা প্ৰকাশ কৰে । শৰ্মাই

শ্বিলঙৰ মাধৱদেৱ নামঘৰত মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ তিৰোভাৱ তিথি পালন

চুবুৰীয়া ৰাজ্য মেঘালয়ৰ ৰাজধানী শ্বিলঙত বাস কৰি আহিলেও তাত থকা অসমীয়া লোকসকলে পাহৰা নাই অসমৰ কলা, কৃষ্টি, সংস্কৃতি। অসমৰ দৰে তেওঁলোকে পালন কৰি আহিছে বহাগ বিহুৰ পৰা আৰম্ভ কৰি মহাপুৰুষ দুজনাৰ তিৰোভাৱ তিথি , আবিৰ্ভাৱ মহোৎসৱ, শিল্পী দিৱস,

২০ ছেপ্তেম্বৰৰ পৰা সাংবিধানিক বিচাৰপীঠত মহাসংঘৰ গোচৰৰ শুনানী আৰম্ভ

স্বাধীনতাৰ ৭৬ বছৰত প্ৰথম বাৰৰ বাবে ছুপ্ৰিম কৰ্টৰ সাংবিধানিক বিচাৰপীঠত মহাসংঘৰ খিলঞ্জীয়াৰ সুৰক্ষা গোচৰৰ শুনানী অনুষ্ঠিত হ'ব ।এই বিচাৰত নাগৰিক পঞ্জীৰ ভিত্তি বছৰ, বিদেশী চিনাক্ত কৰাৰ ভিত্তি বছৰ, বিদেশীৰ সন্তানৰ নাগৰিকত্ব, ২০১৪ চনলৈ বিদেশী

বাঁহ কৃষক তথা বাঁহ শিল্পীৰ বৰ্ষাৰণ্য গৱেষণা প্ৰতিষ্ঠানত দহ দিনীয়া প্ৰশিক্ষণ আৰম্ভ

যোৰহাটৰ বৰ্ষাৰণ্য গৱেষণা প্ৰতিষ্ঠানে বাঁহৰ ওপৰত দহ দিন জোৰা এটি প্ৰশিক্ষণ কাৰ্যসূচী আৰম্ভ কৰিছে। উৰিষ্যা চৰকাৰৰ বাঁহ উন্নয়ন সংস্থাৰ অৰ্থ সাহায্যত আয়োজন কৰা এই প্ৰশিক্ষণত মুঠতে বাৰ জন প্ৰশিক্ষাৰ্থীয়ে অংশগ্ৰহণ কৰিছে। ইয়াৰে দহ জন বাঁহ কৃষক

গৰীয়া-মৰীয়া-দেশী সকলক কেৱল মুছলমান বুলি শত্ৰুৰ দৰে আচৰণ কৰি থকাটো নিন্দনীয় –মহাসংঘ

আজি গড়গাঁৱত অনুষ্ঠিত হোৱা এক গুৰুত্বপূৰ্ণ সংবাদ মেলত অসম সন্মিলিত মহাসংঘৰ কাৰ্যকৰী সভাপতি মতিউৰ ৰহমানে টাই সাহিত্য সভাৰ সভাপতি ডা: হেমন্ত গগৈৰ সৈতে এক সংবাদ মেলত কয় যে --অসমত খিলঞ্জীয়া মুছলমান সম্প্ৰদায়ৰ লোকসকলক কেৱল গৰীয়া-মৰীয়া-দেশী

ধাৰাপুৰ গাঁও পঞ্চায়তৰ খানামুখ ন – পাৰাত ৰাজহুৱা সভাগৃহৰ আধাৰশিলা স্থাপন

গুৱাহাটী : পশ্চিম গুৱাহাটীৰ বিধায়ক ৰমেন্দ্ৰ নাৰায়ণ কলিতাই সমষ্টিটোৰ গ্ৰামাঞ্চলৰ ৰাণী উন্নয়ন খণ্ডৰ অধীনৰ ৩২ নম্বৰ ধাৰাপুৰ গাঁও পঞ্চায়তৰ ১০ নম্বৰ ৱাৰ্ডৰ খানামুখ ন - পাৰা ৰাজহুৱা নামঘৰ চৌহদত প্ৰয়াত মেলো কলিতাৰ পৰিয়ালবৰ্গই দান দিয়া ভূমিত

পশ্চিম গুৱাহাটীৰ ভিন্ন স্থানত ১২ টা পথৰ আধাৰশিলা স্থাপন বিধায়ক কলিতাৰ

পশ্চিম গুৱাহাটী সমষ্টিৰ বিভিন্ন পথ-উপপথকে ধৰি অন্যান্য উন্নয়ন কাম সম্পন্ন কৰাৰ ক্ষেত্ৰত তৎপৰ হৈ পৰিছে বিধায়ক ৰমেন্দ্ৰ নাৰায়ণ কলিতা । ইয়াৰ অংশ হিচাপে আজি কেবাটাও পথৰ আধাৰশিলা স্থাপন কৰে । বিধায়ক কলিতাই পশ্চিম গুৱাহাটী সমষ্টিৰ অন্তৰ্গত

বোলবোম উপলক্ষে ভীমাশংকৰত লক্ষাধিক ভক্তৰ সমাগম

এক কিলোমিটাৰ দীঘলীয়া শাৰী গুৱাহাটী : ভাৰতৰ আন আন বহু ৰাজ্যৰ দৰে অসমতো শাওণ মাহ আৰম্ভ হোৱাৰ সময়ৰে পৰা হিন্দু ধৰ্মাৱলম্বী লোক সকলৰ বহুতেই মাহটোক পবিত্ৰ মাহ বুলি গণ্য কৰি আহিছে । লোক বিশ্বাস অনুসৰি বোলবোম হিচাপে জনপ্ৰিয় আৰু দেবাদিদেৱ