True and Honest

শ্বিলঙৰ মাধৱদেৱ নামঘৰত মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ তিৰোভাৱ তিথি পালন

চুবুৰীয়া ৰাজ্য মেঘালয়ৰ ৰাজধানী শ্বিলঙত বাস কৰি আহিলেও তাত থকা অসমীয়া লোকসকলে পাহৰা নাই অসমৰ কলা, কৃষ্টি, সংস্কৃতি। অসমৰ দৰে তেওঁলোকে পালন কৰি আহিছে বহাগ বিহুৰ পৰা আৰম্ভ কৰি মহাপুৰুষ দুজনাৰ তিৰোভাৱ তিথি , আবিৰ্ভাৱ মহোৎসৱ, শিল্পী দিৱস,

২০ ছেপ্তেম্বৰৰ পৰা সাংবিধানিক বিচাৰপীঠত মহাসংঘৰ গোচৰৰ শুনানী আৰম্ভ

স্বাধীনতাৰ ৭৬ বছৰত প্ৰথম বাৰৰ বাবে ছুপ্ৰিম কৰ্টৰ সাংবিধানিক বিচাৰপীঠত মহাসংঘৰ খিলঞ্জীয়াৰ সুৰক্ষা গোচৰৰ শুনানী অনুষ্ঠিত হ'ব ।এই বিচাৰত নাগৰিক পঞ্জীৰ ভিত্তি বছৰ, বিদেশী চিনাক্ত কৰাৰ ভিত্তি বছৰ, বিদেশীৰ সন্তানৰ নাগৰিকত্ব, ২০১৪ চনলৈ বিদেশী