গুৱাহাটীত তিনিদিনীয়াকৈ অনুষ্ঠিত হ’ব লুমচ ৱিভ এণ্ড ম’ৰ প্ৰদৰ্শনী

গুৱাহাটী: ২০১৪ চনৰ পৰা কলিকতাত এষ্টেটিকৰ প্ৰচেষ্টাত অনুষ্ঠিত হৈ অহা 'লুমছ ৱিভছ এণ্ড ম'ৰ' প্ৰদৰ্শনী প্ৰথমবাৰৰ বাবে গুৱাহাটীত অনুষ্ঠিত হ'ব। ভাৰতীয় বয়ন আৰু কাৰুশিল্পৰ এই তিনিদিনীয়া প্ৰদৰ্শনীখন ৮, ৯ আৰু ১০ ছেপ্টেম্বৰত সত্যনাথ বৰা হলত

শিক্ষাগুৰুৰ বাসগৃহলৈ গৈ সম্বৰ্দ্ধনা জ্ঞাপন অসম তৃণমূল কংগ্ৰেছৰ

গুৱাহাটী, ৫ ছেপ্তেম্বৰ: শিক্ষক দিৱস উপলক্ষে সভাপতি ৰিপুণ বৰাৰ নেতৃত্বত অসম তৃণমূল কংগ্ৰেছে এক বিশেষ পদক্ষেপ গ্ৰহণ কৰে। গুৱাহাটী মহানগৰীকে ধৰি অসমৰ প্ৰায় প্ৰতিখন জিলাত শিক্ষাগুৰুৰ বাসগৃহলৈ গৈ অসম তৃণমূল কংগ্ৰেছ দলৰ তৰফৰ পৰা সম্বৰ্ধনা জ্ঞাপন

গোগামুখত শিক্ষক দিৱসৰ দিনাই শিক্ষকৰ আত্মহত্যা

গোগামুখ, ৫ ছেপ্তেম্বৰ: ধেমাজি জিলাৰ গোগামুখ ন-নদী বনিয়া গাঁৱৰ ৰাজেন বনিয়া নামৰ এজন শিক্ষকে শিক্ষক দিৱস দিনাই আত্মহত্যা কৰা ঘটনাই অঞ্চলটোত শোকৰ ছাঁ পৰিছে। জানিব পৰা মতে ৫০৩ নং আউনীআটী কৈৱৰ্ত নিম্ন বুনিয়াদী বিদ্যালয়ত বীনা বেতনেৰে প্ৰায়

নুমলীগড়ত বন্যহস্তীৰ  মৃত্যু

নুমলীগড়ৰ মৰঙি মৌজাৰ এক নং চেচাবিলত হাতীৰ মৃত্যু । বকিয়াল খণ্ড বন কাৰ্যালয়ৰ অধীনৰ দৈগ্ৰোং নদীত উদ্ধাৰ এটা বনৰীয়া হাতীৰ মৃতদেহ। এই হাতীটোৱে কালিৰ বিয়লি নদীত মৃত্যুৰ সৈতে যুজি চটফটাই থকা স্থানীয় ৰাইজে প্ৰত্যক্ষ কৰিছিল। ৰাইজে বন বিভাগক

বৰষুণত তিতি  ট্রেক্টৰত উঠি  নদী পাৰ হ’ল  মন্ত্ৰী পিয়ুষ হাজৰিকা

বিশ্বনাথ চাৰিআলি : অসম আৰু অৰুণাচল সীমা সমস্যাকলৈ দুয়ো খন ৰাজ্যৰ মাজত অব্যাহত আছে আলোচনা চক্ৰ। দুয়ো খন ৰাজ্যৰ প্ৰতিনিধিকলৈ গঠন কৰা আঞ্চলিক সমিতি প্ৰতিনিধি হিচাপে অসম চৰকাৰৰ কেৱিনেট মন্ত্ৰী পিয়ুষ হাজৰিকা শুকুৰবাৰে উপস্থিত হয় অসম

সিজোৱা কণী এটাৰ বাবেই বৰপেটাৰ হাউলীত প্ৰচণ্ড মাৰপিট

বৰপেটাৰ হাউলীত এটা কনীৰ বাবেই প্ৰচণ্ড মাৰপিট ৷ হাউলীৰ কালঝাৰ গাৱৰ ২নং অংগনবাদী কেন্দ্ৰত এটা সিজোৱা কণীক লৈ সৃষ্ট তৰ্কাতৰ্কিয়ে অৱশেষত ললে প্ৰচণ্ড মাৰপিটৰ ঘটনাৰ ৰূপ । বুধবাৰে সংঘটিত হয় এই ঘটনা।হাউলীৰ কালঝাৰ গাৱৰ ২নং অংগনবাদী কেন্দ্ৰত শিশু

মাধ্যম সলনিৰ সিদ্ধান্তৰ বিৰুদ্ধে ধাৰাবাহিক আন্দোলনৰ হুংকাৰ অসম তৃণমূল কংগ্ৰেছৰ

গুৱাহাটী, ২ছেপ্টেম্বৰঃ দশম শ্ৰেণীলৈ দুটাকৈ বিষয়ৰ শিক্ষা গ্ৰহণ ইংৰাজী মাধ্যমত ব্যাধতামূলক কৰাৰ ৰাজ্য চৰকাৰৰ সিদ্ধান্তৰ বিৰুদ্ধে সৰৱ হৈ উঠিছে অসম তৃণমূল কংগ্ৰেছৰ সভাপতি ৰিপুণ বৰা ৷ এই সন্দৰ্ভত অসম তৃণমূল কংগ্ৰেছৰ লগতে যুৱ তৃণমূল কংগ্ৰেছে