মৌলানা মহম্মদ তৈয়াবুল্লাহ হকী ষ্টেডিয়ামত আন্তঃজিলা স্কুল হকী প্ৰতিযোগিতা আৰম্ভ

গুৱাহাটী, ১৮ আগষ্টঃ বৃহস্পতিবাৰে ভেটাপাৰাস্থিত মৌলানা মহম্মদ তৈয়াবুল্লাহ হকী ষ্টেডিয়ামত ১৮ আগষ্ট পৰা ২০ আগষ্ট ২০২২ তাৰিখলৈ আন্তঃজিলা স্কুল হকী প্ৰতিযোগিতা (অনুৰ্ধ-১৭ উভয়ে) আৰম্ভ হয়।প্ৰতিযোগিতাখন অসম হকী সন্থাৰ সম্পাদক তপন দাসে উদ্ধোধন

গুৱাহাটীত চি এফ মোটোৰ প্ৰথমটো স্প’ৰ্টছ বাইক শ্ব’ৰুম মুকলি

গুৱাহাটীঃ প্ৰিমিয়াম স্পৰ্টছ বাইক ব্ৰেণ্ড, চিএফ মোটোৱে মঙলবাৰে গুৱাহাটীত নিজৰ শ্ব'ৰুম মুকলি কৰে। গুৱাহাটীৰ চান্দমাৰীস্থিত শ্ব’ৰুমত ৩০০এনকে, ৬৫০এনকে, ৬৫০এমটি, ৬৫০জিটিৰ দৰে মডেল মুকলি কৰিছে।অসমীয়া ছুপাৰষ্টাৰ ৰবি শৰ্মাই শ্ব'ৰুমটো উদ্বোধন

ডিব্ৰুগড়ত ৰাইজৰ দলত যোগদান কাৰ্যসূচী

ডিব্ৰুগড় জিলাত ৩০৫ জন বিভিন্ন ৰাজনৈতিক দলৰ ব্যক্তি আৰু সাধাৰণ নাগৰিকে ৰাইজৰ দলত যোগদান কৰে। ৪ আগষ্টত ডিব্ৰুগড় নগৰৰ আমোলাপট্টি নাট্য মন্দিৰত অনুষ্ঠিত এক যোগদান সমাৰোহত ৰাইজৰ দলৰ জিলা সমিতিৰ সভাপতি ডঃ অমূল্য আহোমৰ সভাপতিত্বত অনুষ্ঠিত হোৱা

Assam congress protested at Dispur

On Tuesday, 26 July the Assam Pradesh Congress Committee hold a SATYAGRAHA at Dispur in Guwahati against Congress leaders Sonia Gandhi questioning by Enforcement Directorate(ED) in a money laundering case. Assam Pradesh Congress

পংকজ পাঠকক আটক

অৱশেষত আৰক্ষীৰ জালত আচাৰ্য পংকজ পাঠক ৷ বৰপেটা জিলাৰ হাউলীৰ সমীপৰ কালঝাৰৰ পৰা আটক পংকজ পাঠকক ৷ কালঝাৰৰ এজন লোকৰ ঘৰত আত্মগোপন কৰি আছিল পংকজ পাঠকে ৷ উল্লেখ্য যে, মহিলাৰ বিৰুদ্ধে সামাজিক মাধ্যমত অসামাজিক মন্তব্য কৰা সন্দৰ্ভত ৰাজ্যৰ বিভিন্ন

চুৰি হোৱা একে ৪৭ৰ গুলী উদ্ধাৰ

নগাঁও আৰক্ষীৰ বৃহৎ সফলতা। উদ্ধাৰ কৰিলে চুৰি হোৱা একে৪৭ৰ ৯০জাঁই গুলী আৰক্ষী অধীক্ষক লীনা দলেৰ নেতৃত্বত নগাঁও আৰক্ষীয়ে লাভ কৰিলে বৃহৎ সফলতা। অৱশেষত নগাঁও আৰক্ষীয়ে উদ্ধাৰ কৰিলে চুৰি হোৱা একে ৪৭ ৰাইফলৰ ৯০ জাঁই সজীৱ গুলী। যোৱা ৯জুলাইত নগাঁও

তিনিচুকীয়াৰ কাকপথাৰৰ দ’ পথাৰত সেনা-আৰক্ষী আৰু আলফা(স্বা:)ৰ মাজত গুলিয়াগুলি

তিনিচুকীয়া: তিনিচুকীয়া জিলাৰ কাকপথাৰৰ দ’ পথাৰত শুকুৰবাৰে দিনৰ প্ৰায় এক বজাত সেনা-আৰক্ষীৰ আৰু আলফা(স্বা:)ৰ সদস্যৰ মাজত প্ৰচণ্ড গুলিয়াগুলিৰ ঘটনা সংঘটিত হয় । আলফা (স্বা:)ৰ ৬ জনীয়া সদস্যৰ দলটোৱে কাকপথাৰ দ' গাঁৱৰ এজন লোকৰ ঘৰত পুৱা প্ৰায় ৪/৫