পংকজ পাঠকক আটক

0

অৱশেষত আৰক্ষীৰ জালত আচাৰ্য পংকজ পাঠক ৷ বৰপেটা জিলাৰ হাউলীৰ সমীপৰ কালঝাৰৰ পৰা আটক পংকজ পাঠকক ৷ কালঝাৰৰ এজন লোকৰ ঘৰত আত্মগোপন কৰি আছিল পংকজ পাঠকে ৷

উল্লেখ্য যে, মহিলাৰ বিৰুদ্ধে সামাজিক মাধ্যমত অসামাজিক মন্তব্য কৰা সন্দৰ্ভত ৰাজ্যৰ বিভিন্ন প্ৰান্তত পংকজ পাঠকৰ বিৰুদ্ধে ৰুজু হৈছিল কেবাটাও গোচৰ ৷উক্ত গোচৰৰ ভিত্তিত পংকজ পাঠকক গ্ৰেপ্তাৰৰ বাবে অসম আৰক্ষীয়ে ৰাজ্যজুৰি অব্যাহত ৰাখিছিল অভিযান ৷ বুধবাৰে নিশা হাউলীৰ পৰা আটক কৰে পংকজ পাঠকক।

Leave A Reply