True and Honest
Browsing Tag

Barpeta

বৰপেটাত ৫ মহীয়া সন্তানৰ পেটত মৃত ভ্ৰূণ

বৰপেটাৰোডৰ এখন ব্যক্তিগত চিকিৎসালয়ত চিকিৎসাৰ বাবে অহা এটি ৫ মহীয়া সন্তানৰ পেটত এটা মৃত ভ্ৰুণ থকাৰ কথা প্ৰকাশ কৰিছে চিকিৎসকে ৷ জানিব পৰামতে, শিশুটোৱে অস্বাভাৱিক আচৰণ কৰা বাবে শিশুটোক মাতৃয়ে চিকিৎসকৰ ওচৰলৈ আনিছিল। পৰীক্ষাৰ অন্তত

সিজোৱা কণী এটাৰ বাবেই বৰপেটাৰ হাউলীত প্ৰচণ্ড মাৰপিট

বৰপেটাৰ হাউলীত এটা কনীৰ বাবেই প্ৰচণ্ড মাৰপিট ৷ হাউলীৰ কালঝাৰ গাৱৰ ২নং অংগনবাদী কেন্দ্ৰত এটা সিজোৱা কণীক লৈ সৃষ্ট তৰ্কাতৰ্কিয়ে অৱশেষত ললে প্ৰচণ্ড মাৰপিটৰ ঘটনাৰ ৰূপ । বুধবাৰে সংঘটিত হয় এই ঘটনা।হাউলীৰ কালঝাৰ গাৱৰ ২নং অংগনবাদী কেন্দ্ৰত শিশু

পংকজ পাঠকক আটক

অৱশেষত আৰক্ষীৰ জালত আচাৰ্য পংকজ পাঠক ৷ বৰপেটা জিলাৰ হাউলীৰ সমীপৰ কালঝাৰৰ পৰা আটক পংকজ পাঠকক ৷ কালঝাৰৰ এজন লোকৰ ঘৰত আত্মগোপন কৰি আছিল পংকজ পাঠকে ৷ উল্লেখ্য যে, মহিলাৰ বিৰুদ্ধে সামাজিক মাধ্যমত অসামাজিক মন্তব্য কৰা সন্দৰ্ভত ৰাজ্যৰ বিভিন্ন