Browsing Tag

Arrest

পংকজ পাঠকক আটক

অৱশেষত আৰক্ষীৰ জালত আচাৰ্য পংকজ পাঠক ৷ বৰপেটা জিলাৰ হাউলীৰ সমীপৰ কালঝাৰৰ পৰা আটক পংকজ পাঠকক ৷ কালঝাৰৰ এজন লোকৰ ঘৰত আত্মগোপন কৰি আছিল পংকজ পাঠকে ৷ উল্লেখ্য যে, মহিলাৰ বিৰুদ্ধে সামাজিক মাধ্যমত অসামাজিক মন্তব্য কৰা সন্দৰ্ভত ৰাজ্যৰ বিভিন্ন