গোৱালপাৰাত নিৰ্মমভাৱে প্ৰহাৰ এজন লোকক, ছ’চিয়েল মিডিয়াত ভাইৰেল ভিডিঅ’

গোৱালপাৰাৰ জিলাৰ বগুৱান আৰক্ষী থানাৰ অন্তৰ্গত আমবাৰীত সংঘঠিত হৈছে মৰেল পুলিচগিৰিৰ ঘটনা । একাংশ উন্মাদ লোকে উপৰ্যুপৰি আক্ৰমণ চলাইছে এজন লোকৰ ওপৰত । লাঠিৰে অতিকৈ নিৰ্মমভাৱে চলাইছে আক্ৰমন। আব্দুছ ছালাম নামৰ এগৰাকী নিৰীহ লোকৰ ওপৰত এনেদৰে

আইএছএলত (ISL) ক্রমাগত দ্বিতীয়বাৰ পৰাজয় নর্থ ইষ্ট ইউনাইটেডৰ (NEUFC)

নর্থ ইষ্ট ইউনাইটেডে (NEUFC) চলিত হিৰাে ইণ্ডিয়ান ছুপাৰ লীগ (আই এছ এল ISL)ৰ নিজৰ দ্বিতীয়খন মেচতাে পৰাজয়ৰ সন্মুখীন হৈছে। বৃহস্পতিবাৰে সৰুসজাই ক্রীড়া প্রকল্পৰ ইন্দিৰা গান্ধী এথলেটিকছ ষ্টেডিয়ামত হােৱা দলৰ ছিজনৰ প্ৰথমখন ঘৰুৱা মেচত বিগত

পৰ্যটকৰ বাবে মুকলি হল পবিতৰা

দেশী বিদেশী পৰ্যটকৰ বাবে এটা খৰ্গ যুক্ত গড়ৰ বিচৰণ ভূমি পবিতৰা অভয়াৰণ্যৰ দ্বাৰ আনুষ্ঠানিক ভাৱে মুকলি ।ফিটা কাটি নাৰিকল ভাঙি দ্বাৰ মুকলি কৰে মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰী আৰু পীযুষহাজৰিকাই। সভাৰ আৰম্ভণিতে পবিতৰা শীৰ্ষক এটি সমবেত সংগীত

বৰ্ণাঢ্য ধর্মীয় শোভাযাত্ৰাৰে   খানামুখ শ্ৰী শ্ৰী লক্ষ্মী পূজাৰ  সোণালী জয়ন্তী আৰম্ভ 

গুৱাহাটীৰ পশ্চিম প্ৰান্তৰ খানামুখৰ শ্ৰী শ্ৰীলক্ষ্মী পূজাৰ ৫০ বছৰ পূৰ্ণ হোৱা উপলক্ষে  তিনিদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে আৰম্ভ হৈছে  সোণালী জয়ন্তী উৎসৱৰ কাৰ্যসূচী ।  শনিবাৰে পুৱা ধৰ্মধ্বজা উত্তোলনৰে সোণালী জয়ন্তীৰ কাৰ্যসূচীৰ শুভাৰম্ভ কৰে

কোকৰাঝাৰত (Kokrajhar) হাতীৰ মৃত্যু

কোকৰাঝাৰৰ (kokrajhar) তেৰীপুৰ বনগাঁৱত (Teripur forest village) হাতীৰ মৃত্যু। বিদ্যুতৰ তাৰত শ্বৰ্ট লাগি হাতীটোৰ মৃত্যু হোৱাৰ সন্দেহ স্থানীয় ৰাইজৰ।৫ অক্টোবৰ, বুধবাৰে স্থানীয় ৰাইজে মৃত হাতীটো প্ৰত্যক্ষ কৰি বন বিভাগ আৰু আৰক্ষীক খবৰ

আজিৰে পৰা গুৱাহাটীত দুদিনীয়াকৈ আৰম্ভ অসম ৰাজ্যিক কাৰাটে চেম্পিয়নশ্বিপ- ২০২২

অসম ৰাজ্যিক কাৰাটে সন্থাৰ উদ্যোগত আজিৰে পৰা গুৱাহাটীৰ খানাপাৰাস্থিত গণেশ মন্দিৰ ইণ্ডৰ ষ্টেডিয়ামত অনুষ্ঠিত হৈছে কেডেট জুনিয়ৰ আৰু ছিনিয়ৰ শাখাৰ ৰাজ্যিক কাৰাটে চেম্পিয়নশ্বিপ ২০২২। ৰাজ্যৰ মুঠ ৩৫ খন জিলাৰ ১২০০ ৰো অধিক খেলুৱৈ আৰু ৮০ ৰো অধিক

Virat Kohli said, thank you Guwahati

After the Guwahati T20 match, Indian cricket player Virat Kohli wrote on twitter, "Great game. Terrific atmosphere. Thank you Guwahati." https://twitter.com/imVkohli/status/1576643915322564609?t=naoRTRzwLjThnou3fDKMwA&s=19

Guwahati city

Guwahati is the biggest city of Assam and Northeast region of India. Guwahati is situated on the south bank of the Brahmaputra. Many ancient Temple are situted in the Guwahati city. Umananda Temple, Basistha Temple, Kamakhya Temple,