Website Design: dastechnologies
কোকৰাঝাৰত (Kokrajhar) হাতীৰ মৃত্যু
কোকৰাঝাৰৰ (kokrajhar) তেৰীপুৰ বনগাঁৱত (Teripur forest village) হাতীৰ মৃত্যু। বিদ্যুতৰ তাৰত শ্বৰ্ট লাগি হাতীটোৰ মৃত্যু হোৱাৰ সন্দেহ স্থানীয় ৰাইজৰ।
৫ অক্টোবৰ, বুধবাৰে স্থানীয় ৰাইজে মৃত হাতীটো প্ৰত্যক্ষ কৰি বন বিভাগ আৰু আৰক্ষীক খবৰ দিয়ে। হাতীটো ৰাইমনা ৰাষ্ট্ৰীয় উদ্যানৰ (Raimona nathional park) পৰা ওলাই অহাৰ সন্দেহ কৰা হৈছে।