নতুন অসমীয়া ছবি (Assamese Film) ভোলা, ব’মভোলাৰ গীত, প্ৰম’, প’ষ্টাৰ মুকলি

গুৱাহাটী: ৰাজ্যৰ চলচিত্র জগতত আন এখন নতুন অসমীয়া ছবি (Assamese Film)ভোলা, ব'মভোলাৰ গীত, প্ৰম' আৰু প'ষ্টাৰ মুকলি কৰা হয়। নাৰেংগী, পানীখাইটী প্ৰমুখ্যে গুৱাহাটীৰ কেইটামান উল্লেখনীয় স্থানত দৃশ্যগ্ৰহণ কৰা চিনেমাখনত অভিনেতা বিবেক বৰাই মুখ্য

বাও ধানেৰে নৱ বিপ্লৱ অনাৰ প্ৰচেষ্টা বৰ-নৈ অৰগেনিক্সৰ (Bor-Noi Organics)

গুৱাহাটী, ২৯ ছেপ্টেম্বৰঃ আধুনিক জগতত হেৰাই যাব ওলোৱা বাও ধানেৰে "বৰ-নৈ অৰগেনিক্সে" (Bor-Noi Organics) নৱ বিপ্লব অনাৰ চেষ্টা কৰিছে। সেই উদ্দেশ্যে আজি গুৱাহাটী প্ৰেছ ক্লাৱত বৰ-নৈ ষ্টাৰ্টআপ কোম্পানীটোৰ তৰফৰ পৰা কাপ্পা সান্দহ (Cuppa Handoh)

হাজো আৰক্ষী থানাত মুৰ্গী হত্যাকাৰীৰ বিৰুদ্ধে এজাহাৰ

এখন এজাহাৰ আৰু ৫টা লোকেল মুৰ্গীৰ মৃতদেহ লৈ হাজো আৰক্ষী থানাত উপস্থিত হ'ল এগৰাকী মহিলা । ৩ হত্যাকাৰী ছৰিফুল, হাছিনা, আৰু ইক্রাম নামৰ তিনিজনৰ বিৰুদ্ধে এজাহাৰ দাখিল তছলিমা বেগম নামৰ মহিলাগৰাকীৰ। হত্যাকাণ্ডৰ স্থান হাজোৰ দক্ষিণ বৰ্ণি । ঘটনা

তৃতীয় আৰু চতুৰ্থ বৰ্গৰ পৰীক্ষাৰ ফলাফল, কাৰ বাবে আহিব সুখবৰ (assam recruitment result)

গুৱাহাটী : ১৮ ছেপ্তেম্বৰ ২০২২ দেওবাৰে অসম আৰক্ষীৰ সহস্ৰাধিক পদৰ ফলাফল ঘোষণা কৰা হয় । তাৰ পাচতে এতিয়া চৰ্চিত হৈছে অলপতে অনুষ্ঠিত হৈ যোৱা তৃতীয় আৰু চতুৰ্থ বৰ্গৰ পদৰ বাবে অনুষ্ঠিত হোৱা পৰীক্ষাৰ ফলাফলৰ কথা । মুখ্য়মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ২৮

গুৱাহাটীৰ শ্ৰদ্ধাঞ্জলী কাননত নিহালৰ গীত মুকলি

গুৱাহাটী: ‘সন্তোষী মা প্ৰডাকচন’ৰ বেনাৰত নিৰ্মিত কেবাটাও অসমীয়া গীত দেওবাৰে মহানগৰীৰ শ্ৰদ্ধাঞ্জলি কাননত আনুষ্ঠানিকভাবে মুকলি কৰা হয় ৷ ‘সন্তোষী মা প্ৰডাকচন’ৰ হৈ বৰ্ণালী হাজৰিকা আৰু ৰিমি হাজৰিকাই প্ৰযোজনা কৰা ‘আকৌ এবাৰ’, ‘ঠিকনা’, ‘জয় দূৰ্গা

বাংলাদেশীক গ্ৰেপ্তাৰ কৰাৰ পাচত কি ক’লে অসম আৰক্ষীয়ে

গুৱাহাটীঃ অসমত পৰ্যটক ভিছাৰ অপব্যৱহাৰ কৰা হৈছে বুলি অসম আৰক্ষীয়ে আজি উল্লেখ কৰে । আৰক্ষীৰ সঞ্চালক প্ৰধান ভাস্কৰজ্য়োতি মহন্তই কয় যে বাংলাদেশী ধৰ্মগুৰুসকলে ৰাজ্যখনৰ দূৰৱৰ্তী অঞ্চলত ধৰ্মীয় সভা আয়োজন কৰি পৰ্যটক ভিছাৰ নিয়ম উলংঘা কৰিছে।অসমৰ

গুৱাহাটী আই আই টিৰ (Guwahati IIT) হোষ্টেলত মৃতদেহ উদ্ধাৰ

গুৱাহাটী: নিশা আই আই টি গুৱাহাটীত(Guwahati IIT)অঘটন। শিক্ষাৰ্থীৰ মৃতদেহ উদ্ধাৰ হৈছে প্ৰতিষ্ঠানখনৰ হোষ্টেলত। হোষ্টেলৰ কোঠাৰ ভিতৰত Surya Narayan Premkishore নামৰ ছাত্ৰজনৰ মৃতদেহ চিপ লোৱা অৱস্থাত উদ্ধাৰ হয়। ঘটনাটো ১৬ চেপ্তেম্বৰৰ আৰু ছাত্ৰজনৰ