শিক্ষামন্ত্ৰীৰ গৃহ জিলাতেই প্ৰশ্ন কাকত ফাদিলৰ অভিযোগ

0

ধেমাজিৰ এটা পৰীক্ষা কেন্দ্ৰত হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ গনিতৰ পৰীক্ষা দিনাখন এজন ছাত্ৰ নকল কৰি পৰীক্ষকৰ হাতত ধৰা পৰি বহিস্কাৰ হৈছিল ৷
ছাত্ৰজনৰ নকলৰ কপি আৰু গনিতৰ প্ৰশ্ন কাকতখন হবহু মিল থকা স্পষ্ট থকা বুলি প্ৰকাশ হৈছে ।
পিছত ছাত্ৰ জনক শোধাপোছা কৰাত প্ৰশ্ন কাকতখন গ্ৰুপত লাভ কৰা বিষয়ে অৱগত কৰে ৷
শিক্ষা বিষয়া গৰাকীয়ে উক্ত বিষয়টো উৰ্দ্ধতম কতৃৰ্পক্ষক অৱগত কৰিছিল বুলিও বিভিন্ন মাধ্যমত প্ৰকাশ পাইছে।
ইতিমধ্যে কেইবাজনো ছাত্ৰই প্ৰশ্ন কাকত লাভ কৰা সন্দৰ্ভত বিভিন্ন মন্তব্য আগবঢ়াইছে।

Leave A Reply