True and Honest
Browsing Tag

dhemaji

শিক্ষামন্ত্ৰীৰ গৃহ জিলাতেই প্ৰশ্ন কাকত ফাদিলৰ অভিযোগ

ধেমাজিৰ এটা পৰীক্ষা কেন্দ্ৰত হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ গনিতৰ পৰীক্ষা দিনাখন এজন ছাত্ৰ নকল কৰি পৰীক্ষকৰ হাতত ধৰা পৰি বহিস্কাৰ হৈছিল ৷ছাত্ৰজনৰ নকলৰ কপি আৰু গনিতৰ প্ৰশ্ন কাকতখন হবহু মিল থকা স্পষ্ট থকা বুলি প্ৰকাশ হৈছে ।পিছত ছাত্ৰ জনক

গোগামুখত শিক্ষক দিৱসৰ দিনাই শিক্ষকৰ আত্মহত্যা

গোগামুখ, ৫ ছেপ্তেম্বৰ: ধেমাজি জিলাৰ গোগামুখ ন-নদী বনিয়া গাঁৱৰ ৰাজেন বনিয়া নামৰ এজন শিক্ষকে শিক্ষক দিৱস দিনাই আত্মহত্যা কৰা ঘটনাই অঞ্চলটোত শোকৰ ছাঁ পৰিছে। জানিব পৰা মতে ৫০৩ নং আউনীআটী কৈৱৰ্ত নিম্ন বুনিয়াদী বিদ্যালয়ত বীনা বেতনেৰে প্ৰায়