True and Honest

গুৱাহাটীৰ শ্ৰদ্ধাঞ্জলী কাননত নিহালৰ গীত মুকলি

গুৱাহাটী: ‘সন্তোষী মা প্ৰডাকচন’ৰ বেনাৰত নিৰ্মিত কেবাটাও অসমীয়া গীত দেওবাৰে মহানগৰীৰ শ্ৰদ্ধাঞ্জলি কাননত আনুষ্ঠানিকভাবে মুকলি কৰা হয় ৷ ‘সন্তোষী মা প্ৰডাকচন’ৰ হৈ বৰ্ণালী হাজৰিকা আৰু ৰিমি হাজৰিকাই প্ৰযোজনা কৰা ‘আকৌ এবাৰ’, ‘ঠিকনা’, ‘জয় দূৰ্গা

বাংলাদেশীক গ্ৰেপ্তাৰ কৰাৰ পাচত কি ক’লে অসম আৰক্ষীয়ে

গুৱাহাটীঃ অসমত পৰ্যটক ভিছাৰ অপব্যৱহাৰ কৰা হৈছে বুলি অসম আৰক্ষীয়ে আজি উল্লেখ কৰে । আৰক্ষীৰ সঞ্চালক প্ৰধান ভাস্কৰজ্য়োতি মহন্তই কয় যে বাংলাদেশী ধৰ্মগুৰুসকলে ৰাজ্যখনৰ দূৰৱৰ্তী অঞ্চলত ধৰ্মীয় সভা আয়োজন কৰি পৰ্যটক ভিছাৰ নিয়ম উলংঘা কৰিছে।অসমৰ

গুৱাহাটী আই আই টিৰ (Guwahati IIT) হোষ্টেলত মৃতদেহ উদ্ধাৰ

গুৱাহাটী: নিশা আই আই টি গুৱাহাটীত(Guwahati IIT)অঘটন। শিক্ষাৰ্থীৰ মৃতদেহ উদ্ধাৰ হৈছে প্ৰতিষ্ঠানখনৰ হোষ্টেলত। হোষ্টেলৰ কোঠাৰ ভিতৰত Surya Narayan Premkishore নামৰ ছাত্ৰজনৰ মৃতদেহ চিপ লোৱা অৱস্থাত উদ্ধাৰ হয়। ঘটনাটো ১৬ চেপ্তেম্বৰৰ আৰু ছাত্ৰজনৰ

বৰ্ধিত বিদ্যুত মাচুল প্ৰত্যাহাৰৰ দাবীত তৃণমূল কংগ্ৰেছৰ স্মাৰক পত্ৰ

গুৱাহাটী: শেহতীয়াকৈ ৰাজ্যজুৰি বিদ্যুৎ মাচুল অস্বাভাৱিক হাৰত বৃদ্ধিৰ বিৰুদ্ধে সৰৱ হৈ পৰিছে অসম তৃণমূল কংগ্ৰেছ।বৰ্ধিত বিদ্যুত মাচুল প্ৰত্যাহাৰৰ দাবীৰে অসম তৃণমূল কংগ্ৰেছৰ এটি সঁজাতী দলে বিজুলী ভৱনত মুখ্য মহা প্ৰৱন্ধক প্ৰদীপ গোস্বামীৰ জৰিয়তে

গুৱাহাটীত তিনিদিনীয়াকৈ অনুষ্ঠিত হ’ব লুমচ ৱিভ এণ্ড ম’ৰ প্ৰদৰ্শনী

গুৱাহাটী: ২০১৪ চনৰ পৰা কলিকতাত এষ্টেটিকৰ প্ৰচেষ্টাত অনুষ্ঠিত হৈ অহা 'লুমছ ৱিভছ এণ্ড ম'ৰ' প্ৰদৰ্শনী প্ৰথমবাৰৰ বাবে গুৱাহাটীত অনুষ্ঠিত হ'ব। ভাৰতীয় বয়ন আৰু কাৰুশিল্পৰ এই তিনিদিনীয়া প্ৰদৰ্শনীখন ৮, ৯ আৰু ১০ ছেপ্টেম্বৰত সত্যনাথ বৰা হলত

শিক্ষাগুৰুৰ বাসগৃহলৈ গৈ সম্বৰ্দ্ধনা জ্ঞাপন অসম তৃণমূল কংগ্ৰেছৰ

গুৱাহাটী, ৫ ছেপ্তেম্বৰ: শিক্ষক দিৱস উপলক্ষে সভাপতি ৰিপুণ বৰাৰ নেতৃত্বত অসম তৃণমূল কংগ্ৰেছে এক বিশেষ পদক্ষেপ গ্ৰহণ কৰে। গুৱাহাটী মহানগৰীকে ধৰি অসমৰ প্ৰায় প্ৰতিখন জিলাত শিক্ষাগুৰুৰ বাসগৃহলৈ গৈ অসম তৃণমূল কংগ্ৰেছ দলৰ তৰফৰ পৰা সম্বৰ্ধনা জ্ঞাপন