Website Design: dastechnologies
চোৰাং গৰু সৰবৰাহকাৰীক গ্ৰেপ্তাৰ
বশিষ্ঠ আৰক্ষীৰ এটা EGPD দলে সাতটাকৈ চোৰাং গৰু জব্দ কৰে । লগতে আটক কৰে দুজনকৈ সৰবৰাহকাৰীক । আটক কৰা সৰবৰাহকাৰী দুজন উত্তৰ গুৱাহাটীৰ এজন হাবিশ আলী (৫৩) আৰু অজয় বিশ্বাস (৩২) । দুইজনকে গ্ৰেপ্তাৰ কৰি আইনী ব্যৱস্থা আৰম্ভ কৰা হৈছে বুলি আৰক্ষীয়ে জনায় ।
An EGPD team from Basistha PS intercepted a Mahindra Pick Up at Balughat whilst trying to smuggle 7 cattle towards Khanapara. One Habish Ali (53) & Ajay Biswas (32), both from North Guwahati, were arrested. Legal action has been initiated. pic.twitter.com/etl8DQ2FKi
— Guwahati Police (@GuwahatiPol) April 29, 2022