True and Honest

৩৫ হাজাৰতকৈ অধিক ছাত্ৰ ছাত্ৰীক স্কুটাৰ দিব অসম চৰকাৰে

0 118

উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত প্ৰথম স্থানপ্ৰাপ্ত ২৯, ৭৪৮ ছাত্ৰীক স্কুটী প্ৰদান কৰিব অসম চৰকাৰে। লগতে ৭৫ শতাংশ বা তাতোকৈ অধিক নম্বৰ প্ৰাপ্ত ৬,০৫২ জন ছাত্ৰক দিয়া হ’ব স্কুটাৰ। বুধবাৰে অসম কেবিনেটে এই সিদ্ধান্ত গ্ৰহন কৰে। ইয়াৰ আনুমানিক ব্যয় ২৫৮. ৯ কোটি টকা ধাৰ্য্য কৰা হৈছে।

Leave A Reply