Website Design: dastechnologies
গুৱাহাটী, ১৬ অক্টোবৰ : গুৱাহাটী আৰক্ষীৰ এক সাফল্য় । হাতীগাঁও আৰক্ষীয়ে অভিযান চলাই ছয় জনকৈ প্ৰৱঞ্চকক (ATM swappers Gang) আটক কৰিছে । দলটোৰ পৰা ৮৮ খন এটিএম কাৰ্ড, ৩টা পিঅ’এছ মেচিন, ৪খন গাড়ী, ১০ টা মোবাইল ফোন আৰু ₹১৫,০০০ নগদ ধন উদ্ধাৰ কৰা হৈছে ।
দলটোৱে নিৰীহ লোকক প্ৰতাৰণা কৰি আহিছিল বুলি জানিব পৰা গৈছে ।
An EGPD team from Hatigaon PS busted a ATM swappers gang of 6, who were duping innocent people. 88 ATM cards, 3 POS machines, 4 cars, 10 mobile phones & ₹15,000 cash were recovered from the gang.