দেৱযানী কৃষ্ণৰ কাব্যগ্ৰন্থ “অক্লান্ত অৰুন্ধতীৰ যাত্ৰা জীৱনৰ” উন্মোচন

0

গুৱাহাটী, ১৫ অক্টোবৰঃ শনিবাৰে গুৱাহাটী প্ৰেছ ক্লাৱত দেৱযানী কৃষ্ণৰ কাব্যগ্ৰন্থ “অক্লান্ত অৰুন্ধতীৰ যাত্ৰা জীৱনৰ” গ্ৰন্থ শুভ উন্মোচন হয়। বিশিষ্ট কবি নীলিম কুমাৰে কাব্যগ্ৰন্থখনি উন্মোচন কৰি পাঠক সমাজলৈ আগুৱাই দিয়ে। আজিৰ এই গ্ৰন্থ উন্মোচনী সভাত সাংবাদিক দেৱজিত ভূঞা, লেখিকা তথা চলচ্চিত্র পৰিচালক ৰুণা লেইলা আৰু সমাজসেৱী পূৰ্ণিমা বণিয়া আৰু বহুতো লোক উপস্থিত থাকে।

Leave A Reply