Browsing Tag

Protest

বিদ্যুৎ মাচুল বৃদ্ধিৰ বিৰুদ্ধে গুৱাহাটীত অসম তৃণমূল কংগ্ৰেছৰ তীব্ৰ প্ৰতিবাদ

গুৱাহাটী : গুৱাহাটী মহানগৰীৰ পল্টন বজাৰস্থিত বিজুলী ভৱনৰ সন্মুখত বিদ্যুৎ মাচুল বৃদ্ধিৰ বিৰুদ্ধে ৪ ফেব্ৰুৱাৰীত তৃণমূল কংগ্ৰেছ দলে প্ৰতিবাদ সাব্যস্ত কৰে। সভাপতি ৰিপুণ বৰাৰ নেতৃত্বত দলটোৰ নেতা-কৰ্মীসকলে বিজুলী ভৱনৰ সন্মুখত প্ৰতিবাদত মিলিত হৈ