Browsing Tag

Golaghat

গোলাঘাটত মাতৃৰ বস্ত্ৰতে মেৰ খাই শিশুৰ মৃত্যু

গোলাঘাটৰ মৌখোৱাত অঘটন ৷খেলি থকা অৱস্থাতেই মৃত্যুক সাৱতিলে গোলাঘাটৰ মৌখোৱাৰ এজন শিশুৱে। বিদ্যালয়ৰ সাজপোচাকতেই খেলি থকা অৱস্থাত হঠাৎ মৃত্যুক আকোঁৱালি ল’লে মৌখোৱাৰ ষষ্ঠ শ্ৰেণীৰ ছাত্ৰজনে। নিজ মাতৃৰ চুৰ্ণীখনে খেলি থকা অৱস্থাত হঠাৎ মেৰ খাই যোৱাত