True and Honest
Browsing Tag

dhubri

গণতন্ত্ৰ দিৱস আৰু সৰস্বতী পূজাৰ আনন্দৰ মাজতেই ধুবুৰীত দুগৰাকীকৈ ছাত্ৰীৰ মৃত্যু

ধুবুৰীৰ জি টি বি পথত সংঘটিত হোৱা পথ দুৰ্ঘটনাৰ ফলত দুগৰাকী কিশোৰী নিহত হোৱাৰ লগতে আন ৫ জনকৈ লোক আহত হয়। সৰস্বতী পূজা আৰু গণতন্ত্ৰ দিৱসৰ দিনটোতে সংঘটিত হয় এই ঘটনা। জানিব পৰামতে, ২৬ জানুৱাৰীত ধুবুৰীৰ পৰা গৌৰীপুৰ অভিমুখী এখন বাহনে