Website Design: dastechnologies
ভাৰতীয় সাংবাদিক সংঘ, অসমৰ উদ্যোগত সাংবাদিক সন্মিলন সম্পন্ন
ভাৰতবৰ্ষৰ সংবাদকৰ্মীৰ বৃহৎ সংগঠন অল ইণ্ডিয়ান ৰিপৰ্টাৰ্চ এছোচিয়েশ্বন (ভাৰতীয় সাংবাদিক সংঘ) চমুকৈ এআইজেৰ অসম ৰাজ্যিক সমিতিৰ উদ্যোগত আজি ৫ মাৰ্চ ৰবিবাৰে গুৱাহাটী হাতীগাঁওৰ হোটেল ৰিভেৰাত এখনি সাংবাদিক সন্মিলন অনুষ্ঠিত হৈ যায়। সন্মিলনত যোৱা!-->…