Website Design: dastechnologies
শিক্ষকৰ বিৰুদ্ধে নাবালিকাক ধৰ্ষণৰ চেষ্টা চলোৱাৰ অভিযোগ
বিশ্বনাথৰ এজন প্ৰধান শিক্ষকৰ বিৰুদ্ধে উত্থাপিত হৈছে গুৰুতৰ অভিযোগ।অভিযোগ অনুসৰি কিছুদিন পূৰ্বে বিদ্যালয় বন্ধ থকা সময়ত বিদ্যালয়ৰ সমীপৰে এগৰাকী নৱম শ্ৰেণীৰ ছাত্ৰীক পৰীক্ষা বহি দেখুৱাম বুলি প্ৰধান শিক্ষকগৰাকীয়ে বিদ্যালয়ৰ কাৰ্যালয়ত মাতি আনে।!-->…