Website Design: dastechnologies
আইএছএলত (ISL) ক্রমাগত দ্বিতীয়বাৰ পৰাজয় নর্থ ইষ্ট ইউনাইটেডৰ (NEUFC)
নর্থ ইষ্ট ইউনাইটেডে (NEUFC) চলিত হিৰাে ইণ্ডিয়ান ছুপাৰ লীগ (আই এছ এল ISL)ৰ নিজৰ দ্বিতীয়খন মেচতাে পৰাজয়ৰ সন্মুখীন হৈছে। বৃহস্পতিবাৰে সৰুসজাই ক্রীড়া প্রকল্পৰ ইন্দিৰা গান্ধী এথলেটিকছ ষ্টেডিয়ামত হােৱা দলৰ ছিজনৰ প্ৰথমখন ঘৰুৱা মেচত বিগত!-->…