True and Honest
Browsing Tag

assam politics

ডিব্ৰুগড়ত ৰাইজৰ দলত যোগদান কাৰ্যসূচী

ডিব্ৰুগড় জিলাত ৩০৫ জন বিভিন্ন ৰাজনৈতিক দলৰ ব্যক্তি আৰু সাধাৰণ নাগৰিকে ৰাইজৰ দলত যোগদান কৰে। ৪ আগষ্টত ডিব্ৰুগড় নগৰৰ আমোলাপট্টি নাট্য মন্দিৰত অনুষ্ঠিত এক যোগদান সমাৰোহত ৰাইজৰ দলৰ জিলা সমিতিৰ সভাপতি ডঃ অমূল্য আহোমৰ সভাপতিত্বত অনুষ্ঠিত হোৱা