Browsing Tag

প্লাষ্টিক

মানৱ সভ্যতা ঢাকি পেলাব প্লাষ্টিক আবর্জনাই

অনন্ত কলিতা: বিশ্বজুৰি প্ৰতি বছৰে পাঁচ জুনৰ দিনটোত 'বিশ্ব পৰিবেশ দিৱস' পালন কৰা হয়। এই দিৱসটোৰ মূল উদ্দেশ্য বিশ্বৰ সমস্ত মানুহক পৰিবেশ সম্পর্কে সচেতন কৰা আৰু ৰাজনৈতিকভাবে প্রত্যেকখন দেশতে প্ৰকৃতি আৰু সংৰক্ষণৰ বিষয়ত এক দায়িত্বশীল ভূমিকা