Website Design: dastechnologies
পাঠানৰ ১৯২ টিকট ক্ৰয় ৰঙিয়াৰ যুৱকৰ
শ্বাহৰুক খান অভিনীত পাঠান বোলছবি পাঠানৰ বিষয়ে চৌদিশে বিতৰ্ক হৈ থকাৰ মাজতে ৰঙিয়াৰ কেন্দুকোনাৰ নিবাসী ফাৰুক খানে ৰঙিয়াৰ ডিলাইট গোল্ড চিনেমা হলৰ ১৯২ টা টিকট ক্ৰয় কৰিছে । অনুৰাগী গৰাকী হৈছে ৰঙিয়াৰ কেন্দুকোনা নিবাসী ফাৰুক খান । টিকট সমুহ ক্ৰয়!-->…