Browsing Tag

New constitution adopted by Guwahati Sports Association

গুৱাহাটী ক্ৰীড়া সন্থাত নতুন সংবিধান গৃহীত, ৩১জনীয়া সমিতিৰ দায়িত্বগ্ৰহণ

গুৱাহাটী : এখন নতুন সংবিধানেৰে আগবাঢ়িল গুৱাহাটী ক্ৰীড়া সন্থা । গুৱাহাটী টাউন ক্লাবৰ প্ৰেক্ষাগৃহত কালি সন্ধিয়া অনুষ্ঠিত সন্থাৰ এখন গুৰুত্বপূৰ্ণ 'এক্সট্ৰাঅৰ্ডিনেৰী' সাধাৰণ সভাই এই নতুন সংবিধানত অনুমোদন জনায় । এই সংবিধানৰ খচৰাত ইতিমধ্যে