Browsing Tag

lakhsmipuja

বৰ্ণাঢ্য ধর্মীয় শোভাযাত্ৰাৰে   খানামুখ শ্ৰী শ্ৰী লক্ষ্মী পূজাৰ  সোণালী জয়ন্তী আৰম্ভ 

গুৱাহাটীৰ পশ্চিম প্ৰান্তৰ খানামুখৰ শ্ৰী শ্ৰীলক্ষ্মী পূজাৰ ৫০ বছৰ পূৰ্ণ হোৱা উপলক্ষে  তিনিদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে আৰম্ভ হৈছে  সোণালী জয়ন্তী উৎসৱৰ কাৰ্যসূচী ।  শনিবাৰে পুৱা ধৰ্মধ্বজা উত্তোলনৰে সোণালী জয়ন্তীৰ কাৰ্যসূচীৰ শুভাৰম্ভ কৰে