Browsing Tag

Householder's eye injured after being attacked by thieves at Dimau in Sibasagar

শিৱসাগৰৰ ডিমৌত চোৰে কেটেপাৰে গৃহস্থৰ ফুটালে চকু

শিৱসাগৰ জিলাৰ ডিমৌ সমীপৰ ধোন্দৰমুখ কোচ গাঁৱৰ সৰ্বেশ্বৰ দত্ত নামৰ ৭০ উৰ্ধৰ ব্যক্তিগৰাকীক ৬/৭ এটা চোৰৰ দলে উৰুকাৰ নিশা চিৰজীৱনলৈ ঘূণীয়া কৰিলে ।উৰুকাৰ নিশা ৪ টাকৈ হাঁহ চুৰ কৰি নি চোৰে উদৰ পুৰাই এসাঁজ খোৱাৰ বিপৰীতে চোৰে ঘূণীয়া কৰি থৈ গ'ল