Website Design: dastechnologies
গুৱাহাটী আই আই টিৰ (Guwahati IIT) হোষ্টেলত মৃতদেহ উদ্ধাৰ
গুৱাহাটী: নিশা আই আই টি গুৱাহাটীত(Guwahati IIT)অঘটন। শিক্ষাৰ্থীৰ মৃতদেহ উদ্ধাৰ হৈছে প্ৰতিষ্ঠানখনৰ হোষ্টেলত। হোষ্টেলৰ কোঠাৰ ভিতৰত Surya Narayan Premkishore নামৰ ছাত্ৰজনৰ মৃতদেহ চিপ লোৱা অৱস্থাত উদ্ধাৰ হয়। ঘটনাটো ১৬ চেপ্তেম্বৰৰ আৰু ছাত্ৰজনৰ!-->…