Browsing Tag

gogamukh

গোগামুখত শিক্ষক দিৱসৰ দিনাই শিক্ষকৰ আত্মহত্যা

গোগামুখ, ৫ ছেপ্তেম্বৰ: ধেমাজি জিলাৰ গোগামুখ ন-নদী বনিয়া গাঁৱৰ ৰাজেন বনিয়া নামৰ এজন শিক্ষকে শিক্ষক দিৱস দিনাই আত্মহত্যা কৰা ঘটনাই অঞ্চলটোত শোকৰ ছাঁ পৰিছে। জানিব পৰা মতে ৫০৩ নং আউনীআটী কৈৱৰ্ত নিম্ন বুনিয়াদী বিদ্যালয়ত বীনা বেতনেৰে প্ৰায়