True and Honest
Browsing Tag

Bamunimaidan

গুৱাহাটীত যুৱতীৰ মৃত্যু, স্বামীক গ্ৰেপ্তাৰ

গুৱাহাটী: ইউটুবাৰ প্ৰিয়লিনা নাথৰ মৃতদেহ উদ্ধাৰ। ১২ ফেব্ৰুৱাৰীত গুৱাহাটীৰ বামুণীমৈদান অঞ্চলৰ পৰা উদ্ধাৰ যুৱতীগৰাকীৰ মৃতদেহটো।তেও ইউটিউবত চাংগী ভ্লগ হিচাপে জনপ্ৰিয় আছিল।প্ৰিয়লিনাৰ মৃত্যু হত্যা আছিল নে আত্মহত্যা সেইটো এতিয়াও সন্দেহৰ আওতাত