Browsing Tag

attack in Guwahati for speaking Assamese

অসমীয়া কোৱাৰ বাবেই গুৱাহাটীত অনা অসমীয়াৰ আক্ৰমণ

গুৱাহাটী : মহানগৰীত এজন যুৱকক হিন্দীভাষী যুৱক কেইজনমানে আক্ৰমণ কৰাৰ ঘটনা সংঘটিত হৈছে । জানিব পৰামতে দেওবাৰে নিশা গুৱাহাটীৰ খ্ৰীষ্টানবস্তিত সংঘটিত হৈছে এই ঘটনা । অভিযোগ অনুসৰি অসমীয়া ভাষা কোৱাৰ বাবেই হোটেলত কৰ্মৰত যুৱকজনক আক্ৰমণ কৰে । লগতে