Website Design: dastechnologies
তৃতীয় আৰু চতুৰ্থ বৰ্গৰ পৰীক্ষাৰ ফলাফল, কাৰ বাবে আহিব সুখবৰ (assam recruitment result)
গুৱাহাটী : ১৮ ছেপ্তেম্বৰ ২০২২ দেওবাৰে অসম আৰক্ষীৰ সহস্ৰাধিক পদৰ ফলাফল ঘোষণা কৰা হয় । তাৰ পাচতে এতিয়া চৰ্চিত হৈছে অলপতে অনুষ্ঠিত হৈ যোৱা তৃতীয় আৰু চতুৰ্থ বৰ্গৰ পদৰ বাবে অনুষ্ঠিত হোৱা পৰীক্ষাৰ ফলাফলৰ কথা । মুখ্য়মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ২৮!-->…