Browsing Tag

Accident at sonapur

সোনাপুৰত পথাচাৰীক মহতীয়াই পলায়ন কৰা বাহন সোমাল পুখুৰীত

গুৱাহাটীৰ সমীপৱৰ্তী সোনাপুৰত ভয়াৱহ পথ দুৰ্ঘটনা । এখন ট্ৰেভেলাৰে তীব্ৰ বেগৰে আহি পথাচাৰী এজনক মহতিয়াই লৈ যায়। ফলত এজন লোক ঠিতাতে নিহত হয় বুলি জানিব পৰা গৈছে । তেওবাৰ ২২ জানুৱাৰীৰ বিয়লী সংঘটিত হয় এই ঘটনা। ট্ৰেভেলাৰখনে গুৱাহাটীৰ পৰা যাত্ৰী লৈ