Browsing Tag

অসম আৰক্ষী

বাংলাদেশীক গ্ৰেপ্তাৰ কৰাৰ পাচত কি ক’লে অসম আৰক্ষীয়ে

গুৱাহাটীঃ অসমত পৰ্যটক ভিছাৰ অপব্যৱহাৰ কৰা হৈছে বুলি অসম আৰক্ষীয়ে আজি উল্লেখ কৰে । আৰক্ষীৰ সঞ্চালক প্ৰধান ভাস্কৰজ্য়োতি মহন্তই কয় যে বাংলাদেশী ধৰ্মগুৰুসকলে ৰাজ্যখনৰ দূৰৱৰ্তী অঞ্চলত ধৰ্মীয় সভা আয়োজন কৰি পৰ্যটক ভিছাৰ নিয়ম উলংঘা কৰিছে।অসমৰ